●ওদালগুৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মন্ত্ৰী ৰিহন দৈমাৰীৰ
●মন্ত্ৰী হিমন্ত বিশ্বৰ সৈতে মোৰ সম্পৰ্ক ভাল, মই তেওঁক শ্ৰদ্ধা কৰো ৷
●ওদালগুৰি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বিধায়ক হিচাপে মই গুৰুত্ব পাম ৷
●যোগ্য প্ৰাৰ্থীক বাচনি সন্দৰ্ভত আমাৰ জিলাখনৰ সমিতিয়ে সিদ্ধান্ত ল’ব ৷
●মোৰ ওদালগুৰি সমষ্টিত ১৫ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব ৷
●মোক লৈ কৰা মন্তব্যসমূহ সম্পূৰ্ণৰূপে ৰাজনৈতিক মন্তব্য ৷
●মোক লৈ তেওঁ কৰা মন্তব্যই একো ক্ষতি কৰিব নোৱাৰে ৷
●হিমন্তই সোমবাৰে ঘোষণা কৰাৰ আগতেই ৰৌতা-ওদালগুৰি পথৰ কামৰ আবণ্টন হৈছে ৷
●ময়েই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ বিষয়টো সন্দৰ্ভত দুবাৰকৈ চিঠি লিখিছো৷
●তেওঁৰ ঘোষণাৰ পূৰ্ৱেই কাম আবণ্টন প্ৰক্ৰিয়া সম্পন্ন হৈছে ৷
●বিজেপি-বিপিএফৰ মাজত অক্ষুন্ন আছে মিত্ৰতাৰ সম্পৰ্ক ৷
●কেৱল মাত্ৰ বিটিচি নিৰ্বাচনতহে দুয়োটা দলৰ মাজত মিত্ৰতা নহ’ল ৷
●বিটিচি নিৰ্বাচনৰ পাছত সকলো ঠিক হৈ যাব ৷
●কালি মন্ত্ৰীয়ে কোৱা ভাষ্য মোক আক্ৰমণ কৰা বুলি ভবাই নাই, মোৰ একো ক্ষতি নহয় ৷
●ওদালগুৰি জিলাত বিপিএফ দল অধিক শক্তিশালী হৈ আছে ৷
●তাৰ পৰিৱৰ্তে ওদালগুৰিত বিজেপিৰ সমৰ্থকৰ সংখ্যা যথেষ্ট কম ৷
●বিজেপিয়ে এইখিনি সমৰ্থকেৰে নিৰ্বাচনত জয়ী হ’ব নোৱাৰে ৷