Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মেডিকেলত ১২ জন সন্দেহযুক্ত প্ৰাৰ্থী

publisher by publisher
November 17, 2020
in Assam, Education, India, News
Reading Time: 1 min read
0
মেডিকেলত ১২ জন সন্দেহযুক্ত প্ৰাৰ্থী
3
SHARES
27
VIEWS
ShareShareShareShare

অসমত এম বি বি এছ আৰু দন্ত চিকিৎসা পাঠ্যক্রম (বি ডি এছ)ৰ বাবে চাহ শ্রমিক আৰু প্রাক্তন চাহ শ্ৰমিকৰ নামত সংৰক্ষিত আসনত অনির্দিষ্ট কাললৈ নামভর্তি স্থগিত ঘােষণা কৰিছে স্বাস্থ্য শিক্ষা সঞ্চালকালয়ে। এই সন্দৰ্ভত জাৰি কৰা এক জাননীত উল্লেখ কৰা হৈছে যে ইতিমধ্যে সম্পন্ন হােৱা প্রথম পর্যায়ৰ অনলাইন কাউন্সিলিঙৰ জৰিয়তে নামভৰ্তিৰ বাবে বাছনি হােৱা প্ৰথমখন প্রভিজনেল প্রার্থী তালিকা প্রকাশ পাইছে। তথাপি সেইসকলৰ এতিয়াই নামভর্তি প্রক্রিয়া আৰম্ভ কৰা নহয় ।

ADVERTISEMENT

উল্লেখ্য যে চাহ শ্রমিক আৰু প্ৰাক্তন চাহ শ্ৰমিকৰ সতি-সন্ততিৰ বাবে এমবিবিএছত ১৮খন আৰু দন্ত চিকিৎসা পাঠ্যক্ৰমত তিনিখন আসন সংৰক্ষিত। উত্থাপিত অভিযােগ অনুসৰি যি ২১ জন প্রার্থীৰ নাম তালিকাত সন্নিৱিষ্ট হৈছে তাৰে ১২ জনৰেই জাতিগত প্রমাণপত্র সন্দেহজনক। সদৌ চাহ জনজাতি ছাত্ৰ সন্থাই সেই বিষয়ে অলপতে তথ্যসহ স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অভিযােগ দাখিল কৰিছিল। তাৰ ভিত্তিত স্বাস্থ্যসেৱা সঞ্চালকালয়ে বিষয়টোৰ প্রাথমিক অনুসন্ধান চলাই অৱশেষত উক্ত সংৰক্ষিত আসনকেইখনত নামভর্তি অনির্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

উল্লেখ্য যে অহা ১৮, ১৯ আৰু ২০ নৱেম্বৰত প্রথমবৰ্ষৰ এম বি বি এছ আৰু বি ডি এছ পাঠ্যক্ৰমৰ নামভৰ্তিৰ দিন ঘােষণা কৰা হৈছে। সুৰজ কর্মকাৰ, অৰুণাভ কৈৰী, দীপজ্যোতি কর্মকাৰ, ৰােহিত কৈৰী, ৰেশমা বেগম, স্নেহা কৈৰী, ৰাহুল যাদব, সুমন নুনীয়া, গৌৰৱ চৌহান, ৰাহুল কৈৰী, ফাৰহান আনচাৰী আৰু নিলােফাৰ ৰহমান নামৰ প্রার্থীকেইজন সন্দেহজনক বুলি অভিযােগ উত্থাপিত হৈছে।

মনকৰিবলগীয়া যে এই অভিযােগ নতুন নহয়। চাহ শ্রমিক আৰু প্রাক্তন চাহ শ্ৰমিকৰ নামত সংৰক্ষিত আসনক লৈ প্ৰতি বছৰেই ভুৱা প্রমাণ পত্ৰৰে নামভৰ্তিৰ অভিযােগ উত্থাপিত হৈ আহিছে। আটছা নেতা পবন বেদীয়াই এই সম্পৰ্কত কয় যে তেওঁলােকে সন্দেহ প্রকাশ কৰা তালিকাত আছে কৈৰী উপাধিধাৰী ছাত্র। এনে উপাধিৰ লােক চাহ বাগিচাত আছে যদিও একেটা উপাধিৰ হিন্দীভাষী লােক আছে যিসকলৰ চাহ বাগিচাৰ স’তে কোনাে সম্পর্কই নাই।

শিৱসাগৰতে এনে বৃহৎ গাঁও আছে য’ত কৈৰী উপাধিধাৰী পৰিয়াল বসবাস কৰে। এওঁলােকৰ চাহ বাগিচাৰ স’তে কোনাে সম্পর্কই নাই। এইসকলৰ কৃষ্টি-সংস্কৃতি, যােগাযােগ সম্পূর্ণরূপে বিহাৰৰ স’তে সম্পর্কিত। এইবাৰ তালিকাত থকা কৈৰী উপাধিধাৰীসকল চাহ বাগিচাৰ নহয় বুলি আমি অভিযােগ কৰিছাে। মূল তালিকাখনত এনে সাতজনেই স্থান লাভ কৰিছে। এইদৰে বেদীয়াই কয়।

আনহাতে, তেওঁ কয় যে কর্মকাৰ উপাধিধাৰী লােক চাহ বাগিচাত আছে যদিও তালিকাত অন্তর্ভুক্ত ছাত্র-ছাত্রী সন্দৰ্ভত অভিযােগ আছে। তেওঁ কয় যে তালিকাত স্থানপ্রাপ্ত ছাত্র বাঙালী সম্প্রদায়ৰ। ধুবুৰীৰ এটা পৰিয়ালৰ সম্পৰ্কত পূর্বতেও আমি প্রত্যাহ্বান জনাইছিলাে। এইবাৰাে একেটা পৰিয়ালৰ দুজনৰ নাম মূল তালিকাত সােমাই আছে। একেদৰে চাহু, নুনিয়া আদি সন্দেহজনক ছাত্র-ছাত্রী তালিকাভুক্ত হৈছে।

বেদীয়াই কয় যে উচ্চতম ন্যায়ালয়ৰ গাইড লাইন অনুসৰি প্রমাণ পত্ৰৰ পুনৰীক্ষণৰ বাবে ৰাজ্যিক পর্যায়ৰ এখন নিৰীক্ষণ কমিটী থাকিব লাগে। এই কমিটীখন ৰাজ্যত নিষ্ক্রিয় হৈ আছে। আটছাই বাৰম্বাৰ কমিটীখন সক্রিয় কৰি তুলিবলৈ চৰকাৰক অনুৰােধ জনােৱাৰ পাছতাে সেয়া কৰা হােৱা নাই। কাৰ হেমাহিৰ বাবে এইদৰে এম বি বি এছ আৰু দন্ত চিকিৎসা পাঠ্যক্রমত নামভৰ্তিৰ ক্ষেত্ৰত সঘনাই সন্দেহজনক প্রার্থী অন্তর্ভুক্তি হৈ আহিছে সেয়া এক বৃহৎ প্রশ্ন। এই বিষয়ত সঠিক তদন্তৰ অন্তত প্ৰকৃতাৰ্থত যােগ্যজনে তালিকাত স্থান লাভ কৰিব বুলি আটছা নেতাজনে আশা প্রকাশ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assambdsmbbs
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d