কলেজত পাঠদান আৰম্ভ কৰাৰ দাবীত বঙাইগাঁৱৰ মানিকপুৰত পথ অৱৰোধ

4f6a5901 487d 498e b27d 2c5d29244cc4

বঙাইগাঁও জিলাৰ মাণিকপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ ৷

কলেজত পাঠদান আৰম্ভ কৰাৰ দাবীত বঙাইগাঁৱৰ মানিকপুৰত পথ অৱৰোধ কৰে ছাত্ৰ ছাত্ৰীসকলে ৷

শীঘ্ৰে পাঠদান আৰম্ভ নকৰিলে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচীৰ হাতত লোৱাৰ হুংকাৰ ছাত্ৰ ছাত্ৰীসকলৰ ৷

আনহাতে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত কোৱাৰেণ্টাইন চিকিৎসালয়ত সম্প্ৰতি মটৰ বটলৰ ডাষ্টবিনত পৰিণত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।

অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ হেতালি খেলা নচলিব আদি শ্লোগান দি প্ৰতিবাদকাৰীয়ে উত্তাল কৰে বঙাইগাঁৱৰ ৰাজপথ ৷

Exit mobile version