দিল্লীত বৃদ্ধি হোৱা কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত অৰবিন্দ কেজৰিৱালে চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত।
ADVERTISEMENT
নতুনকৈ লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা যিসকল লোকে মাস্ক পৰিধান নকৰিব তেওঁলোকৰ পৰা জৰিমনা হিচাপে লোৱা হ’ব ২০০০ হাজাৰকৈ টকা ।
আনহাতে এই জৰিমনা পূৰ্বৰ ৫০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে।
মুখ্যমন্ত্ৰী কেজৰিৱালে উপ ৰাজ্যপালৰ লগত হোৱা মত বিনিময় অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷