■ ভাৰতীয় সেনাৰ বৃহৎ সাফল্য।
■ এক নিৰ্দিষ্ট লক্ষ্যত অভিযান চলাই শুক্ৰবাৰে পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ একাধিক লঞ্চ প্যাড ধ্বংস কৰি দিয়ে ।
■ চৰকাৰী সূত্ৰৰ মতে, পাকিস্তানৰ প্রৰোচনামূলক আক্ৰমণৰ প্ৰত্যুত্তৰত উৰী আৰু কেৰন অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৱৰ্তী পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ কে’বাটাও লঞ্চ প্যাড ধ্বংস কৰি দিয়ে ।
■ ইয়াৰ লগতে পাক সেনাৰ একাধিক তেলৰ গিলান, বোমা-বাৰুদৰ ঘাটিও নষ্ট কৰি দিয়ে ভাৰতীয় সেনাই।
পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ অভিযান
-
By publisher

- Categories: India, News
- Tags: Indian ArmyJammu-Kashmir
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026