Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বন্ধুবৰ্গকো দিছিল বায়ুসেনাৰ ভুৱা নিযুক্তিপত্র

publisher by publisher
November 21, 2020
in Assam, India, News
Reading Time: 1 min read
0
পেট্ৰ’লিং দিবলৈ আহোঁতেই মহানগৰীত গ্ৰেপ্তাৰ ভুৱা আৰ্মী
1
SHARES
13
VIEWS
ShareShareShareShare

বায়ুসেনাৰ জোৱান বুলি ভুৱা দি মহানগৰীৰ বৰঝাৰত গ্রেপ্তাৰ হােৱা ধিমন কৃষ্ণ গােস্বামীয়ে পিতৃ-মাতৃকো মিথ্যাচাৰেৰে সন্তুষ্ট কৰিবলৈ অপচেষ্টা চলাইছিল। বৰঝাৰস্থিত বিমান কোঠৰ সমীপত যােৱা ১৬ নৱেম্বৰত গ্রেপ্তাৰ হােৱা ১১ জন ভুৱা বায়ুসেনাৰ দলটোৰ নেতৃত্ব প্রদানকাৰী ধিমন কৃষ্ণ নামৰ বিডিএছৰ ছাত্ৰজনে পৰিয়ালক সন্তুষ্ট কৰিবলৈ ভুৱা সেনাৰ পৰিচয় দিছিল বুলি আৰক্ষীৰ জিম্মাত স্বীকাৰােক্তি দিছে।

ADVERTISEMENT

কামৰূপ গ্রাম্য জিলাৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰ গাঁৱৰ হৰেকৃষ্ণ গােস্বামীৰ পুত্র ধিমন কৃষ্ণৰ অনিচ্ছা সত্ত্বেও পৰিয়ালে বিডিএছ ডিগ্রী পাঠ্যক্রম পঢ়িবলৈ বাধ্য কৰােৱাইছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰি পৰিয়ালক সন্তুষ্ট কৰিবলৈ বায়ুসেনা বাহিনীৰ ভুৱা নিযুক্তি লৈ বিডিএছ। পাঠ্যক্রম অসম্পূর্ণ কৰি এৰি দিয়া বুলি উল্লেখ কৰিছে। তদন্তকাৰী আৰক্ষী সূত্রত প্রকাশ যে এবছৰ ধিমন কৃষ্ণই বিডিএছ পঢ়িছিল। তাৰ পাছতে এই পাঠ্যক্ৰমত তেওঁৰ পূৰ্বৰে পৰা মন নথকাত আন চাকৰি পােৱা বুলি ঘৰত দেখুৱাই পঢ়া এৰি দিয়া বুলি স্বীকাৰ কৰিছে।

RelatedPosts

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

তেওঁ নিজেই ভুৱা নিযুক্তিপত্র আৰু পৰিচয়পত্র প্রস্তুত কৰি ঘৰলৈ উভতি আহে। তেওঁ বায়ুসেনাত চাকৰি পােৱা বুলি গাঁৱত প্ৰচাৰ হােৱাত বন্ধুবৰ্গইও তেওঁলােকক সম্ভৱ হ’লে চাকৰিত নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰােধ জনায়। এনেকৈয়ে এজন-দুজনকৈ মুঠ ১০ জন ক্রমে বাইহাটা চাৰিআলিৰ সৌৰভ শর্মা (২২), ৰিপুঞ্জয় গােস্বামী (২৮), বৰপেটাৰ কৌশিক ভূঞা (২৬), ৰূপম শর্মা (২৯), গণেশ দাস (৩৬), নলবাৰীৰ ক্ৰমে জ্ঞানেন্দ্র দাস (৩৮), নয়নজ্যোতি গৌতম (২৭), জয়মণি শর্মা (৩৪), বিজয় মণি শর্মা (৩৪) দ্বিজেন শর্মা (৩৪)ক ভুৱা নিযুক্তিপত্র প্রদান কৰে ধিমন কৃষ্ণৰ। কিন্তু তেওঁলােকৰ যােগদানৰ স্থান সন্দৰ্ভত ধিমন কৃষ্ণ প্রশ্নৰ সন্মুখীন হােৱাত তেওঁ নিজ ইচ্ছা অনুসৰি আটাইকে বৰঝাৰ বিমানকোঠৰ বায়ুসেনা বাহিনীৰ সুৰক্ষাকর্মী হিচাপে ‘ডিউটি’ কৰাবলৈ লগাই দিয়ে।

আৰক্ষী সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, প্রায় এটা সপ্তাহ দুই-তিনিজনক সেই অঞ্চলত টহল দিবলৈ পঠাইছিল ধিমন কৃষ্ণই। গ্রেপ্তাৰ হােৱাৰ পাছত তদন্তকাৰী দলে তেওঁলােকৰ বাসগৃহত অভিযান চলাইছিল যদিও কোনােধৰণৰ মাৰণাস্ত্র উদ্ধাৰ হােৱা নাই বুলি আৰক্ষীয়ে উল্লেখ কৰি বাকী দুটা দিনৰ জেৰাত সকলাে তথ্য পােহৰলৈ আহিব বুলি কয়।

উল্লেখ্য যে আজাৰা আৰক্ষীয়ে ধৃত ১১ জন ভুৱা সেনাক ৬৯১/২০২০ নম্বৰৰ গােচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৪০/১২০(বি) /১২১(এ)/২৬০/২৬১/৪১৯/ ৪৬৮/৪৭১ ধাৰাত গ্রেপ্তাৰ কৰি পাঁচ দিনৰ জিম্মাত লৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Air ForceGUWAHATI ASSAMIndian Army
publisher

publisher

Related Posts

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d