কিছুদিন পূৰ্বে বিপিএফ ত্যাগ কৰিব বুলি ঘোষণা কৰা ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে আজি ৰাজ্যসভাত সদস্যপদ ত্যাগ কৰে । বিজেপিমুখী হোৱা সাংসদজনে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ তাৎক্ষণিকভাৱে সদস্যপদ ত্যাগ কৰা বুলি উল্লেখ কৰিছে । দৈমাৰীয়ে কেইদিনমান পাছত তেওঁ বিজেপিত যোগদান কৰিব বুলিও প্ৰকাশ কৰিছে ।
সাংসদ বিশ্বজিত দৈমাৰীৰ ৰাজ্যসভাত সদস্যপদ ত্যাগ
-
By publisher

- Categories: India, News, Politics
- Tags: Biswajit Daimaryvenkaiah naidu
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026