যোৱা নিশাৰ পৰা ক্ৰমে স্বাস্থ্যৰ অৱনতি ঘটে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ 

79363407

● গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে মুখ্যমন্ত্ৰী গৰাকী ।

● বিকল হৈ পৰিছে শৰীৰৰ বহু কেইটা অংগ ।

●কেৱল হৃদয়ন্ত্ৰহে কিছু পৰিমানে সক্ৰিয় হৈ আছে ।

●প্ৰাক্তন মন্ত্ৰী গৰাকীক ৰখা হৈছে ভেন্টিলেচনত ।

●যান্ত্ৰীকভাবে উশাহ নিশাহৰ ব্যৱস্হা কৰা হৈছে ।

● জীৱন -মৃত্যুৰে যুঁজিছে এতিয়া মন্ত্ৰী তৰুণ গগৈয়ে ।

●গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সপৰিয়াল ।

●অধীক্ষক ডাঃ অভিজিত শৰ্মাই জনোৱা মতে, আজি ডায়েলাইছচ কৰিব পৰা অৱস্থাত নাই মন্ত্ৰীগৰাকীক ।

Exit mobile version