Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 অভিশপ্ত বৃহস্পতিবাৰ

publisher by publisher
November 26, 2020
in Assam, India, News
Reading Time: 1 min read
0
 অভিশপ্ত বৃহস্পতিবাৰ
4
SHARES
37
VIEWS
ShareShareShareShare

ডিব্ৰুগড়ৰ প্ৰেছ ক্ৰেকাৰ সমীপৰ লেপেটকটাত আজি পুৱা সংঘটিত দুৰ্ঘটনাৰ ফলত পাঁচজন কৈ জ্যেষ্ঠ ভকত থিতাতে নিহত হোৱাৰ খবৰে জিলাখনত শোকৰ ছাঁ পেলাইছে। ধেমাজিৰ পৰা বিবাহ সম্পন্ন কৰি কইনা লৈ কুটুহাৰ সমীপৰ ভগামুখৰ দৰা ঘৰলৈ ঘূৰি অহাৰ সময়ত সংঘটিত কৰুণ ঘটনাটোত আন তিনিজনক সংকট জনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পুনৰ এজনৰ মৃত্যু ঘটে । উক্ত ঘটনাটোত চালকসহ ছয়জনকৈ লোকৰ মৃত্যু হয়। ঘৰৰ সন্মুখত থকা বুঢ়ীদিহিং নৈ পাৰত দাও দাওকৈ জ্বলি উঠা পাঁচখনকৈ চিতা । শোকত মৃয়মান কাষৰীয়া সকলো গাঁওবাসী । ভগামুখৰ গাঁৱত এতিয়া কোনেও কাৰো মুখলৈ চাই সান্তনা দিব নোৱাৰা পৰিৱেশ বিৰাজমান ।

ADVERTISEMENT

মৰাণ বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং নৈৰ কাষৰীয়া গাঁৱৰ নিৰ্বাসী প্ৰফুল্ল ভূঞা কইনা ঘৰৰ পৰা বৰযাত্ৰী দলটোৰ লগত ট্ৰেভেলাৰ আৰু তিনিখন সৰু গাড়ীৰে দৰা ঘৰলৈ উভতিছিল দলটোৰ ভকত সকলৰ সৈতে মুঠ আঠজন সুকীয়াকৈ উঠি অহা এ এছ-০৬ এ চি-৮৭৭৩ বলেৰ গাড়ীখন প্ৰকাশজ্যোতি দাস নামৰ আশা পুৰৰ চালক জনে চলাইছিল । তীব্র বেগত আহিছিল গাড়ীখন আৰু গাড়ীত উঠি অহা যাত্ৰীয়ে দাসক বাধা প্ৰদান কৰিছিল যদিও বাধা মনা নাছিল দাসে এই কথা প্ৰকাশ কৰে আঘাতপ্ৰাপ্ত যাত্ৰীয়ে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

ঘন কুঁৱলিৰ মাজতে তীব্র বেগত আহি থকা বলেৰ খনে লেপেটকতাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে বলড্ৰেজাৰ তুলি থোৱা এখন বিশাল ট্ৰেলাৰখনত খুন্দা মাৰে । ট্ৰেলাৰখনৰ পিছফালে তলত বলেৰ খনৰ আধা অংশ সোমাই যায় । লগে লগে পাঁচজনকৈভকত ক্ৰমে হেম বৰা(৬৫), মদন বৰা (৫৫), জীৱকান্ত শইকীয়া(৫২), কন পাই ভূঞা(৬০), দেৱ বৰা(৬৫), আৰু চালক প্ৰকাশজ্যোতি দাস থিতাতে নিহত হয়।পোৱাল শইকীয়া(৫৫) আৰু প্ৰবীণ বৰা (৩৫) নামৰ ভগামূৰৰ দুজন লোক সম্প্ৰতি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ।

আনহাতে ইয়াৰে প্ৰবীণ বৰা ভাৰতীয় সেনা বাহিনীৰ জোৱান বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । আজি আটাইকেইজন লোকৰ মৃতদেহ মোৰণোত্তৰ পৰীক্ষাৰ পিছতে গতাই দিয়া হয় পৰিয়ালক । মৃতদেহ পৰিয়াল সমূহে গ্ৰহন কৰাৰ পিছতে ৰাজহুৱা ভাবে একেলগে বুঢ়ীদিহিংৰ পাৰত সতকাৰ কৰে । শোকাকুল পৰিবেশৰ গাঁও খনত উপস্থিত হয় মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamDIBRUGARHindia
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d