অসম বিদ্যুৎ শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত আজি ডংকামোকামস্থিত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দিনজোৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভাগটোৰ কৰ্মচাৰী সকলে ৷ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম, বৈঠালাংছো আৰু উমপানাই বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডলৰ বিষয়া-বৰ্গৰ লগতে কৰ্মচাৰী সকলে মিলিত হৈ দিনজোৰা প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে কাৰ্যালয়টোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ডংকামোকামত অসম বিদ্যুৎ শক্তি বিতৰণ কোম্পানী লিমিটেডক ব্যক্তিকৰণৰ বিৰোধীতা
-
By publisher

- Categories: Assam, News
- Tags: APDCLdonkamuka assam
Related Content
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
By
publisher
April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
By
publisher
April 27, 2026