●প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নশ্বৰ দেহ কলাক্ষেত্ৰৰ পৰা তেওঁৰ চৰকাৰী বাসভৱনলৈ লৈ যোৱা হৈছে ।
● মন্ত্ৰীজনৰ চৰকাৰী বাসভৱনত মাংগলিক কাম -কাজ সমাপন কৰি তেওঁক লৈ যোৱা হ’ব ৰুক্মিণীগাৱঁৰ চাৰ্চলৈ ।
ADVERTISEMENT
●চাৰ্চৰ পাছতে তেওঁক লৈ যোৱা হ’ব জু ৰোডৰ নামঘৰলৈ তাৰ পাছতে নিয়া হ’ব আমবাৰীস্থিত বুঢ়া মছজিদলৈ
●প্ৰয়াত গগৈৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ’ব চাৰ্চৰ লগতে নামঘৰ আৰু মছজিদলৈ
●অৱবেশত প্ৰয়াত তৰুণ গগৈক নৱগ্ৰহ শ্মশানলৈ নিয়া হ’ব আৰু তাত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হব মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য ।