বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত এক নং ৰছুলপুৰ গাঁৱৰ কে’বাটাও গ্ৰাম্য পথ বিগত বানপানীৰ সময়ত ছিঙি যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। সোনাপুৰ-ৰুভি গাঁও পঞ্চায়তৰ ধনেৰে নিৰ্মাণ কৰা বালিকুৰিৰ পৰা ৰছুলপুৰলৈ যোৱা পথত থকা কালভাৰ্ট বানপানীত উটাই নিয়াৰ ফলত ব্যাহত হৈ পৰিছে জৰুৰী কালীন সেৱাসমূহ। ফলত অঞ্চলটোলৈ কোনো এম্বুলেঞ্চ বা অগ্নিনিৰ্বাপক বাহন যাতায়ত কৰিব পৰা নাই । সেয়েহে কান্ধত তুলি অনা নিয়া কৰিব লগা হয় ৰোগীক । অতি গুৰুত্বপূৰ্ণ এই পথেৰে দৈনিক শ শ ৰাইজে যাতায়ত কৰে যদিও স্থানীয় জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ কাণসাৰ দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। শীঘ্ৰেই পথটো মেৰামতি কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ৰাইজে।
কলগাছিয়াৰ ৰছুলপুৰত জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক
-
By publisher

Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026