তিনিচুকীয়াৰ নতুন ৰঙাগড়া গাঁৱত উত্তপ্ত পৰিস্থিতি

7da4574d 5ee1 4314 881e 45075114bb6a

●বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গাঁওবাসীয়ে উচিত ক্ষতিপূৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি

●প্ৰতিবাদৰ সময়ত গাঁওবাসীক শান্ত কৰিবলৈ দণ্ডাধীশ উপস্থিত হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠি চাৰ্জ , কন্দোৱা গেছ নিক্ষেপ

●আৰক্ষীৰ লাঠি চাৰ্জৰ সমান্তৰালকৈ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ ফলত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হয় তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশ জয়দ্বীপ ৰজক

●ইতিমধ্যে তিনিচুকীয়াৰ আৰক্ষীয়ে ১৮ গৰাকী প্ৰতিবাদকাৰী আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে

 

Exit mobile version