●তিনিখন আইন বাতিলৰ পৰিবৰ্তে বাৰে বাৰে সংশোধনীৰ আইন প্ৰস্তাৱ কেন্দ্ৰীৰ
●মঙ্গলবাৰে বিয়লি ভাৰত বন্ধৰ পিছত পুনৰ বৈঠকত মিলিত হয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কৃষকৰ প্ৰতিবাদী দল
●অমিত শ্বাহৰে কৃষকৰ আলোচনা ব্যৰ্থ
●কৃষক প্ৰতিবাদী দল সমূহৰ দাবী কৃষি আইন বাতিল নকৰালৈকে চলিব এই প্ৰতিবাদী কাৰ্যসূচী
●বুধবাৰে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বিৰোধী দলৰ নেতৃত্বই
● আজি কৃষকৰ লগত অনুষ্ঠিত হবলগীয়া ষষ্ঠটো আলোচনাৰ বাতিল
ADVERTISEMENT