পাকিস্তানৰ অভিনেত্ৰী মাহিৰা খানৰ গাত পোৱা গৈছে কৰ’না পজিটিভ।
অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্ট আৰু টুইট যোগে এই কথা সদৰী কৰে, লগতে তেওঁ কয় যে বৰ্তমান তেওঁ নিজকে আইছ’লেট কৰি ৰাখিছে ।
বিগত দিনত তেওঁ সংস্পৰ্শলৈ অহা লোকক ক’ভিড টেষ্ট কৰাই মাক্স পৰিধান কৰিবলৈও আহ্বান জনাইছে অভিনেত্ৰী গৰাকীয়ে।
https://www.instagram.com/p/CIusck_BPBa/?utm_source=ig_web_copy_link
https://twitter.com/TheMahiraKhan/status/1271774339151605760?s=20
