Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘কা’ বিৰোধী আন্দোলনৰ ছহিদ আব্দুল আলীমৰ প্ৰথম মৃত্যু বাৰ্ষিকী

publisher by publisher
December 15, 2020
in Assam, India, News
Reading Time: 1 min read
0
‘কা’ বিৰোধী আন্দোলনৰ ছহিদ আব্দুল আলীমৰ প্ৰথম মৃত্যু বাৰ্ষিকী
1
SHARES
5
VIEWS
ShareShareShareShare

‘কা’ বিৰোধী আন্দোলনৰ ছহিদ আব্দুল আলীমৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু হলংবাৰী ৰাইজৰ সহযোগত আজি ছহিদ গৰাকীৰ সমাধিক্ষেত্ৰত দিন যোৰা কাৰ্যসূচীৰে ছহিদ দিৱস পালন কৰা হয়।ছহিদ দিৱসৰ কাৰ্যসূচী অনুসৰি দিনৰ ১১ বজাত পতাক উত্তোলন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিক্ষা সম্পাদক বাবুল হুছেইনে ৷ বিয়লি ২ বজাত আয়োজন কৰা মুকলি সভাত অংশ গ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক দেবব্ৰত শইকীয়াই ‘কা’ৰ বিৰুদ্ধে সৰৱ হৈ বিজেপি নেতৃত্বাধীন চৰকাৰে দেশত হিটলাৰী শাসন চলাইছে বুলি অভিযোগ কৰে ।

ADVERTISEMENT

ছাত্ৰ নেতা গৰাকীয়ে সভাত কয় যে , বিজেপিয়ে অসমত বিদেশী নাগৰিকৰ দ্বাৰা নিজৰ ভোট বেংক গঢ়ি তুলিবলৈ জাতি ধ্বংসী ‘কা’ জাপি দিছে। এই সত্যৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আব্দুল আলীমৰ দৰে পাঁচ গৰাকী যুৱকক গুলিয়াই কুকুৰ মেকুৰীৰ দৰে হত্যা কৰিছে ৷ এইখন চৰকাৰে গণতন্ত্ৰক ভৰিৰে মোহাৰি প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ কিমান পৰ্যায়লৈ নামিব পাৰে সেই কথা ৰাইজে উপলব্ধি কৰিবলৈ বাকী নাই৷বিজেপি চৰকাৰৰ জনসাধাৰণৰ প্ৰতি দায়িত্বজ্ঞান বোলা কোনো কথা নাই। আব্দুল আলীমৰ দৰে ছহিদ সকলক আজি পৰ্য্যন্ত চৰকাৰীভাৱে ছহিদ বুলি ঘোষণা কৰাৰ দূৰৰে কথা মৃত্যুৰ খৱৰ ল’বলৈও নাহিল।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

কেবল ক্ষমতাৰ ৰাগিত মাতাল হৈ জনতাৰ বাক স্বাধীনতাও খৰ্ব কৰিবলৈ লৈছে। আজি চৰকাৰৰ বিৰুদ্ধে কিবা ক’লে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু কৰে। বিজেপি চৰকাৰক ৰাইজে যদি ২০২১ত উৎখাত নকৰে তেতিয়া হ’লে অসমবাসী ৰাইজে ইয়াতকৈও ভয়াবহ দিনৰ বাবে সাজু হৈ থাকিব লাগিব বুলিও উল্লেখ কৰে ৷সমাজ কৰ্মী গজেন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছহিদ আব্দুল আলীমৰ পিতৃ লাল মামুদ, জে বি কৃষাণ মহাবিদ্যালয়ৰ অধ্যক্ষ চক্ৰধৰ ডেকা,বাঘমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অঞ্জন কলিতাৰ লগতে সভাখনত ৰাইজৰ দলৰ বজালী জিলা কমিটীৰ আহ্বায়ক গুৰু প্ৰসাদ দাস, মাধৱ দাসকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abdul alimAssamCAA protests
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d