কোকৰাঝাৰত বিটিআৰৰ নতুন পৰিষদৰ শপতগ্ৰহণ

Pramod Bodo 1

●বিটিআৰৰ নতুন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰূপে প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ গ্ৰিনফিল্ড বডোফা নগৰত অনুষ্ঠিত চতুৰ্থ খন বিটিচি পৰিষদৰ অনুষ্ঠানত শপতগ্ৰহণ কৰে ।
●উপ মুখ্যকাৰ্যবাহী সদস্য ৰূপে গোবিন্দ বসুমতাৰীয়ে শপতগ্ৰহণ কৰে । এওঁলোক দুয়ো ইউপিপিএলৰ ।
●ইয়াৰ কাৰ্যবাহী সদস্য ৰূপে বিজেপিৰ গৌতম দাস আৰু দিগন্ত বৰুৱাই শপতগ্ৰহণ কৰে ।
●আনহাতে, গণ শক্তি পাৰ্টিৰ পৰা ঘনশ্যাম দাসে শপতগ্ৰহণ কৰে ।
●এই পা‌ঁচজনীয়া কাৰ্যবাহী পৰিষদক শপতগ্ৰহণ কৰায় অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই।
●এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে বহু নেতা উপস্থিত থাকে ।

Exit mobile version