বঙাইগাঁও জিলাৰ বইটামাৰীত শোকাবহ দূৰ্ঘটনা

WhatsApp Image 2020 12 17 at 12.34.00 PM

ডাম্পাৰৰ পিছফালৰ অংশ দাঙি দিয়াত ওপৰেৰে পাৰ হৈ যোৱা ১১ হেজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত লগাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়।

ডাম্পাৰৰ এজন কৰ্মচাৰী নিহত হয় । নিহত কৰ্মচাৰীজনৰ নাম বিৰাজ ৰাভা। আন এজন গুৰুতৰভাৱে আহত। আহতজনৰ নাম বগা ৰাভা।

AS 18C 7332 নংৰ ডাম্পাৰখন বইটামাৰীত ৰেলপথ নিৰ্মাণৰ কামত ব্যৱহাৰ হৈ আছিল ।

Exit mobile version