সুস্বাদু ভোজনেৰে পুনৰ সাজু ভিভান্টা:আজিৰে পৰা আৰম্ভ ‘Brunch’

e31e6bd662981bd193b2660e666b1396 1595395098

সুস্বাদু খাদ্য সম্ভাৰসহ মহানগৰীৰ তাজ ভিভান্টা পুনৰ সাজু হৈছে দুপৰীয়াৰ ভােজনৰ বাবে। দেওবৰীয়া এই ব্রাঞ্চ কাইলৈৰ পৰা পুনৰ আৰম্ব হ’ব। ভিভান্টাৰ সাতখন ৰেস্তোঁৰাতে এই খাদ্য সম্ভাৰ উপলব্ধ হ’ব।এক বিবৃতিত কর্তৃপক্ষই উল্লেখ কৰিছে যে সকলাে প্ৰকাৰৰ ক’ভিড-১৯ৰ বিধি পালন কৰা হ’ব।

ভােজন বিলাসীসকলে জুতি ল’ব। পাৰিব এছীয়া, উপমহাদেশী, ভাৰতীয় আৰু লগতে স্থানীয় খাদ্য প্ৰকাৰণৰ। তদুপৰি আছে নানা উপায়াে মিষ্টান্ন সম্ভাৰ। দিনৰ ১২ বজাৰ পৰা বিয়লি তিনি বজালৈ এই খাদ্য সম্ভাৰ উপলব্ধ হ’ব।

Exit mobile version