Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কেন্দ্ৰৰ বৈঠকৰ প্ৰাস্তাৱত নিৰৱ প্ৰতিবাদী কৃষকসকল

publisher by publisher
December 22, 2020
in India, News
Reading Time: 1 min read
0
কেন্দ্ৰৰ বৈঠকৰ প্ৰাস্তাৱত নিৰৱ প্ৰতিবাদী কৃষকসকল
1
SHARES
10
VIEWS
ShareShareShareShare

কেন্দ্ৰই প্ৰতিবাদী কৃষকসকলক পুনৰ আলোচনাত মিলিত হ’বৰ বাবে আমন্ত্ৰণ জনায় । কিন্তু ২৪ ঘণ্টা‌ পাৰ হৈ যোৱাৰ পাছতো কৃষকসকলৰ পৰা কোনো প্ৰত্যোত্তৰ পোৱা নগ’ল । দীল্লী সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকসকলে জনায় যে, তেওঁলোকে মোদী চৰকাৰৰ স’তে আলোচনাত মিলিত হ’ব প্ৰস্তুত । কিন্তু এটাই চৰ্ত,‌ ইয়াৰ পূৰ্বে কেন্দ্ৰই সুনিৰ্দিষ্ট প্ৰস্তাৱ দিব লাগিব ।

ADVERTISEMENT

কৃষক মন্ত্ৰণালয়ৰ যৌথ সচিব বিবেক আগৰৱালাই কালি নিশা কৃষকক সংগঠনবোৰক পুনৰ আলোচনাৰ মেজত আমন্ত্ৰণ জনায় । তেওঁ জানিব বিচাৰিছিল,‌ কেতিয়া কৃষক নেতাসকলে পুনৰ বৈঠকত মিলিত হ’ব পাৰিব । নতুন কৃষি আইনৰ কিছু সংশোধন কৰিবলৈ প্ৰস্তুত কেন্দ্ৰ । ইয়াৰ উপৰিও কৃষকসকলৰ মনত নতুন কৃষি আইনক লৈ অন্ত কিবা আশংকা আছে নেকি তাৰো বুজ ল’ব বিচাৰিছিল তেওঁলোকে ।

RelatedPosts

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

প্ৰতিবাদী কৃষকসকলৰ‌ অভিযোগ, যৌথ সচিবৰ পত্ৰত নতুনত্ব একো নাই । কৃষকসকলে পূৰ্বেই জনাই দিছিল যে, তেওঁলোকৰ একমাত্ৰ দাবী নতুন কৃষি আইন প্ৰত্যাহাৰ । আইন সংশোধনৰ প্ৰস্তাৱো পূৰ্বেই খাৰিজ কৰিছে তেওঁলোকে । সেয়েহে তেওঁলোক চিন্তিত যে এই পৰ্যায়ৰ বৈঠকত নতুনকৈ কি আলোচনা হ’ব পাৰে ।

লগতে প্ৰতিবাদী কৃষকসকলে এইটোও অভিযোগ উত্থাপন কৰিছে যে, পঞ্জাৱৰ মণ্ডিসমূহত মুক্তিয়াৰসকলৰ আয়কৰ জাননী প্ৰেৰণ কৰাৰ পাছতো কৃষক‌‌ সংগঠনবোৰক চৰকাৰে হাৰাশাস্তি কৰাৰ চেষ্টা কৰিছে । পঞ্জাৱৰ ভাৰতীয় কিষান ইউনিয়নক কেন্দ্ৰীয় সংস্থাৰ জাননী প্ৰেৰণ কৰি জনোৱা হৈছে যে, কিহৰ ভিত্তিত বিদেশৰ পৰা বৰঙণি সংগ্ৰহ কৰিছে তেওঁলোকে । সোমবাৰে কৃষক নেতাসকলে দিল্লী-হাৰিয়ানাৰ ছিংঘু সীমান্তত অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ মাজতেই সন্ধিয়া ছিংঘুত নিৰঞ্জন সিং নামে ৬৫ বছৰীয়া এজন কৃষকে আত্মহত্যাৰ চেষ্টা কৰে । তৰ্ণতাৰণৰ বাসিন্দা নিৰঞ্জনক ৰোহতকৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ৰোহতকৰ চিকিৎসালয়ৰ পৰাই নিৰঞ্জনে কয়, ‘সাধাৰণতে কোনোবাই আত্মহননৰ কৰাৰ চেষ্টা কৰিলে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আমাক প্ৰৰোচিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁলোকক গ্ৰেপ্তাৰ কৰক ।’ আজি পঞ্জাৱৰ ফিৰোজপুৰত পুনৰ এজন কৃষকে আত্মহত্যা কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit Shahdelhi borderFarmer ProtestNarendra Modi
publisher

publisher

Related Posts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d