Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ

publisher by publisher
April 19, 2026
in India, News
Reading Time: 1 min read
0
সংৰক্ষণ বিধেয়ক ব্যর্থ কৰি ভ্রূণহত্যা বিৰোধীৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

মহিলাৰ বাবে আসন সংৰক্ষণৰ নামত সংবিধানৰ ১৩১ সংশোধনীৰ জৰিয়তে দেশত লোকসভাৰ সমষ্টি বৃদ্ধিৰ চেষ্টা চলাই ব্যর্থ হোৱাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একাংশ বিৰোধী দলক সমালোচনাৰে থকা-সৰকা কৰে। নিশা ৮-৩০ বজাত এক আধাঘণ্টীয়া ভাষণ দি মোদীয়ে তেওঁৰ চৰকাৰৰ এই অভীষ্ট সিদ্ধি নোহোৱাক লৈ কয়, ‘মহিলাসকলৰ অধিকাৰ কাঢ়ি নিয়াৰ উদ্দেশ্যে বিৰোধীয়ে তেওঁলোকৰ অধিকাৰ ভ্রূণক একপ্ৰকাৰ হত্যা কৰিলে বিৰোধীয়ে।’

ADVERTISEMENT

দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত মোদীয়ে বাৰম্বাৰ কংগ্ৰেছৰ নাম উল্লেখ কৰে। তদুপৰি তেওঁ কমকৈ হ’লেও তৃণমূল কংগ্রেছ, সমাজবাদী পার্টি, ডিএমকেকো আক্ৰমণ কৰি বক্তব্য আগবঢ়ায়। মমতা বেনার্জী নেতৃত্বাধীন তৃণমূলক কটাক্ষ কৰি তেওঁ কয়, ‘মহিলাসকলক আগুৱাই নিয়াৰ সুযোগ পাইছিল তৃণমূল কংগ্রেছে; কিন্তু সেই সুযোগ তেওঁলোকে নষ্ট কৰিলে। একেই পথ গ্রহণ কৰিলে সমাজবাদী পার্টিয়ে।’

একেদৰে তেওঁ কংগ্ৰেছৰ সহযোগী ডিএমকেকো আক্ৰমণৰ লক্ষ্য কৰি লয়। লক্ষ্যণীয়ভাবে মোদীৰ সমালোচনাত আজি স্থান নাপালে চিপিএম আৰু চিপিআয়ে। একাংশ বিশ্লেষকৰ মতে অসমৰ লগতে কেৰালাৰ নিৰ্বাচন ভোটগ্রহণ ইতিমধ্যে সম্পন্ন হোৱাৰ বাবে মোদীয়ে সচেতনভারে বাঁওপন্থী দল দুটাক সমালোচনাৰ পৰা ৰেহাই দিয়ে। ইয়াৰ বিপৰীতে পশ্চিমবংগ আৰু তামিলনাডুৰ নিৰ্বাচনৰ ভোটগ্রহণ হ’বলৈ বাকী থকাৰ বাবে ৰাজ্য দুখনৰ শাসনাধিষ্ঠ দুই দল ক্রমে তৃণমূল কংগ্ৰেছ আৰু ডিএমকেক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে।

দুয়োটা দলক নাৰী বিৰোধী বুলি অভিহিত কৰে প্রধানমন্ত্রী মোদীয়ে। তীক্ষ্ণ শব্দ প্রয়োগৰে সমালোচনা কৰি তেওঁ লগতে কয়, ‘বিধেয়ক গৃহীত কৰিবলৈ আমাৰ ওচৰত ৬৬ শতাংশ ভোট নাছিল। কিন্তু মই জানো যে এই দেশৰ এশ শতাংশ মহিলাৰ সমৰ্থন আমাৰ স’তে আছিল।’

সমগ্র বিষয়টোক মহিলাসকলৰ প্ৰতি অপমান বুলি আখ্যা দি তেওঁ আৰু কয়, ‘এগৰাকী মহিলাৰ ভুল হ’ব পাৰে; কিন্তু তেওঁ কেতিয়াও অপমান পাহৰি নাযায়। এই ধৰণৰ আচৰণৰ যন্ত্ৰণা দেশৰ মহিলাসকলৰ হৃদয়ত স্থায়ী হৈ ৰ’ব।’

ভাষণত মোদীয়ে সমগ্ৰ দেশৰ মাতৃ-ভগ্নী আৰু কন্যাসকলৰ ওচৰত ক্ষমাও বিচাৰে। কংগ্ৰেছক সংস্কাৰ বিৰোধী দল বুলি কটাক্ষ কৰি মোদীয়ে পুনৰ কয়, ‘কংগ্রেছে যেতিয়াই সংস্কাৰৰ কথা শুনে তেতিয়াই তাক স্থগিত ৰাখিবলৈ সকলো ধৰণৰ চেষ্টা কৰে। মই ভাবিছিলো কংগ্ৰেছে নিজৰ শতিকা প্রাচীন ভুলসমূহ সংশোধন কৰি ল’ব; কিন্তু পৰজীৱীৰ লেখীয়াকৈ কংগ্ৰেছে আঞ্চলিক দলসমূহৰ সহায় বিচাৰি আছে। তেওঁলোকে মহিলাসকলৰ ওচৰ চপাৰ আৰু নতুন ইতিহাস লিখাৰ সুযোগ নষ্ট কৰে।’

সকলো ধৰণৰ চেষ্টা চলায়ো মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰোৱাত ব্যর্থ হোৱা বুলিও মোদীয়ে উল্লেখ কৰে। তৎসত্ত্বেও এই দিশত প্রচেষ্টা থমকি নৰয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আসন পুনৰ বিন্যাসক লৈ বিৰোধীয়ে ভুল বুজিছে। দেশৰ মানুহে এই পাপ ক্ষমা নকৰে। মহিলাসকলৰ উত্থান হ’লে পৰিয়ালতান্ত্রিক দলসমূহ বিপদত পৰিব। সেয়েহে বিৰোধীয়ে এই বিধেয়কৰ বিৰোধিতা কৰিলে।’

মোদীয়ে লগতে মন্তব্য কৰে যে নাৰী শক্তিৰ বন্দন সংশোধনী বিধেয়ক হৈছে সময়ৰ প্ৰয়োজন। সমগ্ৰ দেশৰ উত্তৰ, পশ্চিম, পূব, দক্ষিণ সকলো দিশৰ মহিলাসকলৰ সবলীকৰণৰ উদ্দেশ্যে সৎ প্রচেষ্টা হাতত লোৱা হৈছিল বুলি উল্লেখ কৰি তেওঁ কংগ্রেছক নেতিবাচক দৃষ্টিভংগীৰ গৰাকী বুলি সমালোচনা কৰে। আজি দেশে সম্মুখীন হোৱা প্ৰতিটো প্রত্যাহ্বানৰ কাৰণ কংগ্ৰেছৰ নেতিবাচক দৃষ্টিভংগী বুলিও মোদীয়ে অভিযোগ উত্থাপন কৰে।

দেশৰ মহিলাসকলে বিৰোধী দলটোক ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ দিব বুলিও মোদীয়ে দাবী কৰে। উল্লেখ্য যে এই বিধেয়কৰ জৰিয়তে লোকসভা আৰু বিধানসভাসমূহৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ উদ্যোগ লোৱা বুলি মোদী চৰকাৰে দাবী কৰি আহিছে। অৱশ্যে ২০২৩তে সংসদৰ উভয় সদনত গৃহীত হোৱা নাৰী শক্তি বন্দন বিধেয়কখন বিগত তিনি বছৰে কিয় কাৰ্যকৰী নকৰিলে বুলি চৰকাৰক কালিৰ পৰা প্ৰত্যুত্তৰ দি আহিছে সম্মিলিত বিৰোধীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra Modi
publisher

publisher

Related Posts

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান
Assam

বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

October 11, 2026
খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d