■এখন ইলেকট্ৰিক ‘KRIDN’ৰ মূল্য ১.২৯ লাখ (দিল্লী শ্ব’ৰুম) ।
■মটৰচাইকেলখনে ইক’ মোডত ১১০ কিলোমিটাৰ আৰু স্বাভাৱিক মোডত ৮০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে ।
■মটৰচাইকেলখনৰ সৰ্বোচ্চ গতি প্ৰতি ঘণ্টাত ৯৫ কিলোমিটাৰ ।
■সম্প্ৰতি হায়দৰাবাদ আৰু বেংগালুৰুত মটৰচাইকেলখনৰ ডেলিভাৰী দিয়া হৈছে ।
■২০২১ৰ জানুৱাৰীত তামিলনাডু আৰু কৰ্নাটকাটো ডেলিভাৰী দিয়া হ’ব ।
■’KRIDN’ শব্দটো সংস্কৃতৰ পৰা গ্ৰহণ কৰা হৈছে, ইয়াৰ অৰ্থ ‘খেল’ ।
ADVERTISEMENT