ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যলয়ত দুৰ্নীতিৰ মুকলি বজাৰ

2ae0cf95 8c24 436c a812 10d67a615590

●মাটিৰ নামজাৰীৰ নামত ধন সংগ্ৰহ মণ্ডলৰ।
●লাট মণ্ডল আবুল হুছেইনৰ ধন সংগ্ৰহ।
●মণ্ডলৰ ধন সংগ্ৰহৰ দৃশ্য বন্দী কেমেৰাত।

●ধুবুৰী চক্ৰ বিষয়ৰ কাৰ্যলয় একাংশ মণ্ডলৰ বাবে পৰিনিত হৈছে সোণৰ কণী পৰা হাঁহত।
●চক্ৰ বিষয়া মিনাক্ষী দাসৰ নেতৃত্বত মণ্ডল আবুল হুছেইনে চলাইছে লুণ্ঠন।


●আদাবাৰী, ছাগলচৰা আদি অঞ্চলৰ ৰাইজৰ পৰা মাটি জাৰীৰ নামত লাখ লাখ টকা সংগ্ৰহ।

Exit mobile version