Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হিমাচলত ১২শ পৰিভ্ৰমী পক্ষীৰ মৃত্যুত উদ্বেগ

publisher by publisher
January 4, 2021
in India, News
Reading Time: 1 min read
0
হিমাচলত ১২শ পৰিভ্ৰমী পক্ষীৰ মৃত্যুত উদ্বেগ
1
SHARES
6
VIEWS
ShareShareShareShare

মানুহৰ পাছত এইবাৰ মহামাৰীৰ কবলত পৰিছে পক্ষীকূল। দেশৰ একাধিক ৰাজ্যত ইতিমধ্যেই মৃত্যু হৈছে। বিপুল সংখ্যক পক্ষীৰ। হিমাচল প্রদেশত ৰহস্যজনক কাৰণত সহস্রাধিক পৰিভ্রমী পক্ষীৰ মৃত্যুৰ তথ্য পােৱা গৈছে। সেইদৰে বার্ড ফ্লুত আক্ৰান্ত হৈ মধ্যপ্রদেশ আৰু ৰাজস্থানত মৃত্যু হৈছে বহু সংখ্যক কাউৰীৰ। যাৰ বাবে সম্প্রতি কেন্দ্রীয় চৰকাৰাে উদিগ্ন হৈ পৰিছে। উল্লেখ্য যে শীতত বিভিন্ন দেশৰ পৰা ভাৰতলৈ আহে জাকে জাকে পৰিভ্ৰমী চৰাই।

ADVERTISEMENT

হিমাচল প্রদেশৰ পং বান্ধ সংলগ্ন জলাশয়ত সম্প্রতি এক অচিন মহামাৰীৰ দ্বাৰা আক্রান্ত হৈছে শ শ পৰিভ্ৰমী চৰাই। বিগত এসপ্তাহত প্রায় ১২শ পৰিভ্রমী পক্ষীৰ ৰহস্যজনক কাৰণত মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে বহু বিপন্ন প্রজাতিৰ পক্ষীও। এই পর্যন্ত মৃত্যুৰ কাৰণক কেন্দ্ৰ কৰি অনিশ্চয়তা থকাৰ বাবেই উদ্বেগ বাঢ়িছে। যােৱা ২৮ ডিচেম্বৰত উক্ত অঞ্চলৰ ফতেপুৰ অঞ্চলত কে’বাটাও পৰিভ্ৰমী চৰাইৰ মৃতদেহ দৃষ্টিগােচৰ হয় কর্তৃপক্ষৰ। তাৰ পাছতে সমস্ত জলাশয়ত অনুসন্ধান চলােৱা হয়।

RelatedPosts

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

অশালীন শব্দ ক’লেই পাঁচশ টকা জৰিমনা

ক্ৰমাৎ উদ্ধাৰ হয় ৪২১টা চৰাইৰ মৃতদেহ। পৰৱর্তী সময়তাে মৃত পক্ষীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। সমগ্র বিষয়টো উদ্বেগ প্রকাশ কৰি ফৰেষ্ট ৱাইল্ড লাইফ’ৰ মুৰব্বী অর্চনা শৰ্মাই কয়, এই কিছুদিনত প্রায় ১২শ চৰাইৰ মৃত্যু হৈছে। চৰাইবােৰৰ কিয় মৃত্যু হৈছে সেয়া বিচাৰি উলিয়াবলৈ তদন্তৰ নির্দেশ দিয়া হৈছে। মৃত্যুৰ সঠিক কাৰণ জনাৰ পাছতহে অভিযুক্তক চিনাক্ত কৰি তেওঁলােকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। সমগ্র অঞ্চলটো ঘেৰি পেলােৱা হৈছে। কোনাে দুষ্ট প্রকৃতিৰ লােকে জলাশয়ত বিহ দিয়া বুলিও সন্দেহ কৰা হৈছে।

ইয়াৰ বিপৰীতে বার্ড ফ্লু বা আন কোনাে ভাইৰাছৰ সংক্ৰমণৰ আশংকা কর্তৃপক্ষই নুই কৰা নাই। ইতিমধ্যে একাংশ চৰাইৰ মৃতদেহ জলন্ধৰস্থিত ইণ্ডিয়ান ভেটেৰিনেৰী ৰিছাৰ্চ ইনষ্টিটিউট’ আৰু ‘জি’নেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী’লে প্ৰেৰণ কৰা হৈছে। বাকী চৰাইৰ মৃতদেহসমূহ তৎক্ষণাত পুৰি পেলােৱা হয়। চৰাইসমূহৰ শৰীৰত কোনাে সংক্রমণ থাকিলে বিয়পি কৰাটো ৰােধ কৰাৰ বাবেই মৃতদেহ পুৰি পেলােৱাৰ সিদ্ধান্ত লােৱা হয়। উল্লেখ্য যে ১৮ হেজাৰ হেক্টৰ অঞ্চলজুৰি বিস্তৃত এই জলাশয়ত প্রতি বছৰৰ শীতকালত ১১৪টা প্ৰজাতিৰ প্রায় ডেৰ লক্ষ পৰিভ্রমী পক্ষী পৰেহি।

যােৱা ১৫ ডিচেম্বৰৰ হিচাপ অনুসৰি, সেই সময়লৈ অঞ্চলটোত আহি উপস্থিত হৈছে প্রায় ৫৭ হেজাৰ পক্ষী। ইপিনে, বার্ড ফ্লুৰ সংক্রমণ দেখা গৈছে মধ্যপ্রদেশ আৰু ৰাজস্থানত। বার্ড ফ্লুৰ সংক্রমণতে ৰাজ্য দুখনত ব্যাপক হাৰত মৃত্যু হৈছে কাউৰীৰ। মধ্যপ্রদেশৰ ইন্দোৰৰ এটা শিক্ষা প্রতিষ্ঠানৰ চৌহদত উদ্ধাৰ হয় ৫০টা কাউৰীৰ মৃতদেহ। ইয়াৰ মাজৰ কিছুমানক পৰীক্ষা কৰাত কাউৰীৰ শৰীৰত এইছফাইভএন৮ ভাইৰাছৰ সন্ধান ওলায়। বিগত কিছুদিন ধৰিয়ে ৰাজ্য দুখনৰ কিছু চহৰৰ কাউৰী মহামাৰীৰ কবলত পৰিছে। সেই মৃত কাউৰীৰ শৰীৰতাে পােৱা গৈছে বার্ড ভাইৰাছ। ইয়াকে লৈ অঞ্চলসমূহত আতংকও বিয়পি পৰিছে।

ৰাজস্থানৰ মুখ্য সচিব কুঞ্জিলাল মীনাই কয়, এই পর্যন্ত কোটাত ৪৭টা, ঝালৱাৰত এশটা, বাৰানত ৭২টা মৃত কাউৰী উদ্ধাৰ হৈছে। প্রশাসনৰ তৰফৰ পৰা প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিছে। পৰিস্থিতি যাতে হাতৰ বাহিৰলৈ নাযায়, তাৰ প্রতি প্রশাসনে দৃষ্টি ৰাখিছে। কালিও ঝালৱাৰত ২৫টা, কোটাত ২২টা আৰু যােধপুৰত ১৫২টা কাউৰীৰ মৃত্যুৰ খবৰ আহে। লগতে মাছৰােকাৰ দৰে চৰাইৰ মৃত্যুৰ খবৰাে পােৱা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে সাধাৰণ মানুহৰ মাজতাে আতংকই দেখা দিছে। পশুৰ শৰীৰৰ পৰা কিবা প্ৰকাৰে এই ভাইৰাছে মানৱ শৰীৰত আক্রমণ কৰিব পাৰে নেকি, সেয়াও বুজিব পৰা নাই। কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ৰাজস্থান চৰকাৰক বিশেষ নির্দেশ দিছে। যি যি স্থানত বার্ড।ফুৰ পৰা মৃত্যুৰ বাতৰি আহিছে, সেইবােৰ স্থানত দ্রুত পৰীক্ষা কৰাৰ নির্দেশ দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bird FlucrowHimachalMADHYA PRADESH
publisher

publisher

Related Posts

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’
News

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

April 30, 2026
BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d