Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গােলাঘাট জিলাৰ মৰঙি মৌজাৰ থুৰামুখৰ এদল যুৱকে কৃষি কর্মৰে উজ্জ্বল কৃষি বিপ্লৱৰ নিদর্শন দাঙি ধৰিছে৷

publisher by publisher
January 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
গােলাঘাট জিলাৰ মৰঙি মৌজাৰ থুৰামুখৰ এদল যুৱকে কৃষি কর্মৰে উজ্জ্বল কৃষি বিপ্লৱৰ নিদর্শন দাঙি ধৰিছে৷
3
SHARES
34
VIEWS
ShareShareShareShare

গােলাঘাটত হাতী খেদি-পথ সাজিও সেউজীয়া কৰিছে ধনশীৰিৰ পাৰ লাও, বেঙেনা, কবি, বিলাহীৰ খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন গােলাঘাট জিলাৰ মৰঙি মৌজাৰ থুৰামুখৰ এদল যুৱকে কৃষি কর্মৰে উজ্জ্বল কৃষি বিপ্লৱৰ নিদর্শন দাঙি ধৰিছে৷ জিলা সদৰ গােলাঘাটৰ পৰা মাত্র পাচ কিলােমিটাৰ নিলগত এচাম যুৱকৰ দলে বছৰ বছৰ ধৰি ধনশীৰিৰ পাৰ সেউজীয়া কৰি স্বাৱলম্বী হােৱাৰ লগতে দেশৰ অর্থনীতি টনকিয়াল কৰি আহিছে ৷

ADVERTISEMENT

মৰঙিৰ থুৰামুখৰ এক প্ৰকাৰ দুৰ্গম চৰ-চাপৰিত দিনৰ পাছত দিন ধৰি খেতি কৰি আহিছে৷ বছৰত দুই-তিনি তৰপীয়া খেতি কৰি শাক-পাচলি উৎপাদন কৰি গৃহ জিলাৰ লগতে অসমৰ ভিন্ন জিলালৈ প্ৰেৰণ কৰি আহিছে৷ আনকি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈকো পাচলি যােগান ধৰি আহিছে যুৱকৰ দলে। প্রতিবছৰে ধান খেতিৰ পাছতে বিভিন্ন পাচলি; যেনে- বন্ধা কবি ,ফুল কবি, ওলকবি, ব্রুকলি, বেঙেনা, বিলাহী, ৰঙা লাও, জাতি লাও উৎপাদন কৰে৷ তদুপৰি, বাৰিষাৰ সময়তাে কৰে বিভিন্ন পাচলিৰ উৎপাদন।

RelatedPosts

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

Forest officer suspended in Uriamghat:উৰিয়ামঘাটত উচ্ছেদৰ ভূমি জৰিপৰ বিষয়াক নিলম্বন

এই কৃষি কর্মৰ জৰিয়তে লাভান্বিত হােৱাৰ লগতে আন বহুজনক কর্ম সংস্থাপনৰ সুবিধা দিছে৷ এওঁলােকৰ লগতে লিকচন, বেবেজীয়া, কাঠকটিয়া তিনি গাঁৱৰ শতকৰা ৮০ শতাংশ লােক জৰিত হৈ আছে এই কৃষি কর্মত৷ কাষৰীয়া ৰঙাজান সাপ্তাহিক বজাৰ আৰু দেওবৰীয়া বজাৰৰ লগতে অসমৰ বহু কেইখন জিলাৰ চাহিদা পূৰ কৰি আহিছে ।নিজৰ উৎপাদিত শস্যৰ পৰিবহনৰ সুবিধাৰ বাবে প্রতিবছৰে নিজৰ হাতৰ ধন ভাঙি সাজি লয় একমাত্র পথটোও।

এইবছৰাে পথটো নির্মাণ কৰি লৈছে ৰাইজে হাতে-কামে লাগি; হাতৰ ধন ভাঙি। তথাপি ভাগৰি পৰা নাই এই সকল কৃষক, কিয়নাে পথাৰৰ সেউজীয়াৰ স’তে আছে এওঁলােকৰ আজন্ম প্রেম তদুপৰি, এটা শীতলীকৰণ গৃহৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰে কৃষক সকলে৷ কিয়নাে বতৰৰ উৎপাদিত সামগ্রী বিক্ৰী কৰিবলৈ ৰখাৰ অসুবিধাৰ বাবে কেতিয়াবা গেলিবলৈ ধৰে, কেতিয়াবা ততাতৈয়াকৈ আধামুল্যতে বিক্ৰী কৰিব লগাত পৰে বুলি প্ৰকাশ কৰে৷ ফলশ্রুতিত অভাৱনীয় লােকচানৰ সন্মুখীন হ’ব লগা হয়। ইপিনে, আলু আদিৰ সচ ৰাখিবৰ বাবে প্ৰতিবছৰে ঢপলিয়াব লাগে যােৰহাট জিলাৰ মৰিয়নীলৈ।

পিছে কৃষক সকলৰ এনেবােৰ অভাৱ নাইবা সমস্যাৰ কথা ভাবিবলৈ বিয়াগােম কৃষি বিভাগটোৰ আহৰিয়েই নাই বুলি দুখ প্রকাশ কৰে কৃষকসকলে লগতে বিজুলী সংযােগৰ অভাৱৰ সমস্যাও বাৰুকৈয়ে অনুভৱ কৰে এই সকল কৃষকে। আনহাতে বছৰৰ বিভিন্ন সময়ত অহা বন্যহাতী খেদিও কৰি আছে কৃষি । নামবৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা জাক-জাক হাতীৰ উপদ্রব প্রতিৰােধৰ বাবে নাই কোনাে ব্যৱস্থা, অথবা ক্ষতিপূৰণ।

একোটাকৈ চার্জ লাইট, নাইবা টঙী ঘৰ সাজি দিয়া নাইবা সৌৰশক্তিৰ লাইটৰ ব্যৱস্থা কৰা আৱশ্যক যদিও কোনে জগাব সুখ নিদ্ৰাত নিমগ্ন বিভাগ বােৰক৷ ইফালে পি এম কিষানৰ ধনাে বহু সংখ্যক কৃষকে পােৱা নাই বুলিও জানিবলৈ দিয়ে কৃষসকলে তথাপিও উচ্চ শিক্ষিত যুৱ কৃষক দলে হাৰ মনা নাই; ভাগৰিও পৰা নাই৷ তেওঁলােকে কয়, ‘আমাৰ বােপাককাই এই মাটি আবাদ কৰিছিল কৃষি কর্মৰে, দেউতাহতে কৰিছে আৰু আমিও এই ধৰাবাহিকতা ৰাখিম’ নিশ্চিতভাৱেই এইদল যুৱ কৃষকে বাছি লােৱা পথ মানৱ সমাজৰ বাবে আদৰ্শৰ নিদর্শন স্বৰূপ হৈ পৰিছে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: farmingGolaghatMorangi
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d