দিনটোৰ ৰাশিফল

1604999703blobid0

মেষ :সৰু-সুৰা বিৰােধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতাে শুভ ফল। ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। শুভ ৰং ক্রীম।

বৃষ : আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনাে চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। শুভ ৰং বগা।

মিথুন : কোনােৱে বাস্তৱ ক্ষেত্ৰত খােজ পেলাই উপকৃত হ’ব। কর্তব্যত আপােনাৰ যােগ্যতা থাকিব। সৰু-সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। বন্ধুৰ সহায়। আর্থিক প্রাপ্তিৰ আশা। শুভ ৰং কমলা।

কর্কট : শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যােগাযােগ। দিশ উন্নত অৱশ্যে আপােনাৰ হুৰমুৰীয়া স্বভাৱৰ দোষত। ভ্রমণ শুভ, ৰং পাতল নীলা।

সিংহ :কোনাে আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰাে বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব। ফল দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব। শুভ ৰং হালধীয়া।

কন্যা : জাতকৰ কোনাে উন্নত যােগাযােগৰ পৰা লাভ। কর্মক্ষেত্ৰত আপােনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনাে কাৰণে চিন্তাৰ কাৰণ হ’ব। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

তুলা : সাধাৰণ শৰীৰৰ আহুকাল অলপ। কোনােৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক সাৱধান হলে ভয় কম বিদ্যাত যত্নৰ ফল লাভ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। শুভ ৰং কলা।

বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্রসৰ হােৱাৰ যােগ। শুভ ৰং নীল।

ধনু : বিশেষকৈ অনুৰাধা নক্ষত্রৰ মানসিক শান্তি। উন্নত দিনৰ অনুমান। যােগাযােগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলাে নহ’ব। বিদ্যাত বাধা কম। শুভ ৰং ক্রীম।

মকৰ : কোনাে প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ । ভঙা-পতা কৰি ভাল পাব । পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে ভ্ৰমণৰ সষ্টম হওক। শুভ ৰং বগা।

কুম্ভ :পঢ়া-শুনাত মনােযােগ লাগিব। ৰুক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে লােহ।পদমর্যাদা লাভ। শুভ ৰং হালধীয়া।

মীন :আর্থিক যােগাযােগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। নতুন সম্পদ ক্রয়। শুভ ৰং কলা।

Exit mobile version