Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নাট্য জগতত উজলিছে উদীয়মান নাট্যকাৰ-পৰিচালক স্ৰোতস্বিনী তামূলীঃ ব্যতিক্ৰমী প্ৰয়াসেৰে মুকলি আকাশৰ তলত “হুৰ হুৰ বতা চৰাই”

publisher by publisher
January 19, 2021
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
নাট্য জগতত উজলিছে উদীয়মান নাট্যকাৰ-পৰিচালক স্ৰোতস্বিনী তামূলীঃ ব্যতিক্ৰমী প্ৰয়াসেৰে মুকলি আকাশৰ তলত “হুৰ হুৰ বতা চৰাই”
10
SHARES
95
VIEWS
ShareShareShareShare

ৰাজ্যৰ নাট্য জগতখনত শেহতীয়াভাৱে ভুমুকি মাৰি নিজৰ স্বকীয় প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হৈছে গোলাঘাটৰ উদীয়মান নাট্যকাৰ-পৰিচালক স্ৰোতস্বিনী তামূলী । বৌদ্ধিক জগতখনৰ সৈতে একাত্ম হোৱাৰ পাচত আধুনিক নাট্য সাহিত্যৰ বিশাল ক্ষেত্ৰখনত খোজ দিয়েই প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হৈছে সম্ভাৱনাময় নাট্যকাৰ -পৰিচালকগৰাকী । বিশেষকৈ ৰচনা কৰা নাটক সমূহত সমাজৰ বাস্তৱ প্ৰতিচ্ছবি, বুৰঞ্জী-ইহিহাসৰ সমাহাৰেৰে ব্যতিক্ৰমী ৰূপত উপস্থাপনৰ জৰিয়তে সমাজত এক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে নাট্যকাৰ স্ৰোতস্বিনী তামূলীয়ে ।

ADVERTISEMENT

অলপতে গোলাঘাটৰ বীৰঙ্গণা সতী সাধনী ক্ষেত্ৰৰ চৌহদৰ মুকলি আকাশৰ তলত ককা-আইতাৰ সাধু কথাৰ পটভূমিত ন-ৰূপত সজাই পৰাই ৰচনা কৰি মঞ্চস্থ কৰে ‘ হুৰ হুৰ বতা চৰাই’ নাটখনি । নাটকখনৰ উপস্থাপন শৈলীত ব্যৱহাৰ কৰা হোৱা নাছিল কোনোধৰণৰ কৃতিম আলোকসজ্জা । যুগ-যুগ ধৰি আমাৰ অসমীয়া গ্ৰাম্য সমাজত চলি অহা ককা-আইতাৰ সেই সোণসেৰীয়া সাধুকথা সমূহ বৰ্তমান যেন নোহোৱা হ’ল ।

RelatedPosts

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

সাধুকথাৰ মাজেৰে কণ-কণ শিশুক নীতি শিক্ষাৰ বাৰ্তাৰে মানসিক উত্তৰণৰ আগৰ দিনৰ সেই চৰ্চাও যেন নোহোৱা হ’ল । নৱ-প্ৰজন্মৰ এগৰাকী উদীয়মান নাট্যকাৰ-পৰিচালক গোলাঘাটৰ স্ৰোতস্বিনী তামুলী আন্তৰিক প্ৰয়াসত বৰ্তি হৈ পুৰণীকলীয়া ককা-আইতাৰ এটা জনপ্ৰিয় সাধুক ন-ৰূপত সজাই-পৰাই ৰচনা কৰি নৱ-প্ৰজন্মৰ দ্বাৰা হুৰ হুৰ বতা চৰাই মুকলি আকাশৰ তলত মঞ্চস্থ কৰা পৰিলক্ষিত হ’ল । ‘চম্পাৱতীৰ সাধু’ ৰ আধাৰত নাটকখনৰ জৰিয়তে সমাজলৈ এক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিলে নাট্যকাৰ-পৰিচালক,শিল্পী, কলা-কুশলীসকলে ।

সাধুকথাৰ দুটা চৰিত্ৰক কেন্দ্ৰ কৰিয়েই উক্ত নাটকৰ ৰচনা । বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাটো বহু সময়ত কেনেকৈ এডাল অজগৰ সাপৰ দৰে হৈ পৰে আৰু অগজৰৰ গ্ৰাসৰ পৰা কঠোৰ সংগ্ৰামৰ মাজেৰে ওলাই আহি নিজৰ অস্তিত্বক প্ৰতিপন্ন কৰিবলৈ সক্ষম হয়, তেনে এক বাৰ্তাই নাটখনৰ জৰিয়তে সমাজত দিব বিচৰা হৈছে । নাটকখন ‘চম্পাৱতীৰ সাধু’ৰ আধাৰত বিশিষ্ট গল্পকাৰ ৰশ্মিৰেখা বৰাই ৰচনা কৰা ‘হুৰ হুৰ বতা চৰাই’ গল্পটোৰ আলম লৈ স্ৰোতস্বিনী তামুলীয়ে ৰচনা আৰু পৰিচালনা কৰিছে ।

নাটকখনত অভিনয় কৰা কলা-কুশলীসকল আছিল নীলাক্ষি হাজৰিকা, প্ৰতীক্ষা বৰগোহাঁই, তন্ময়ী দাস, আস্থা প্ৰিয়া দুৱৰা, নিকি বৰুৱা, পাৰ্দিতা দাস আৰু কস্তুৰী প্ৰিয়া দুৱৰা। নাটখনৰ সংগীত পৰিচালনাও নাট্যকাৰ স্ৰোতস্বিনী তামুলীৰ। মুকলি আকাশৰ তলত প্ৰদৰ্শিত নাটকৰ সাৱলীল অভিনয় প্ৰতিভা আৰু অকৃতিম আলোকসজ্জাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় । প্ৰায় পঞ্চাশ মিনিট দৈৰ্ঘ্যৰ এই ‘হুৰ হুৰ বতা চৰাই অসমৰ নাটকৰ জগতখনত এক নৱতম সংযোজন ।’

ইয়াৰ উপৰি স্ৰোতস্বিনী তামূলীয়ে বুৰঞ্জী আৰু বৰ্তমানৰ মাজত মাজত যোগসুত্ৰ স্থাপন কৰি নাৰীৰ সমস্যা আৰু মানসিক দ্বন্দ সমূহৰ ওপৰত ভিত্তি কৰি ‘মৃগতৃষ্ণা’ নামেৰে আন এখন নাটক ৰচনা কৰি নিজা পৰিচালনাৰে গোলাঘাট এমেচাৰ হলৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰাই দৰ্শকৰ দ্বাৰা সমাদৃত হৈছে । আগন্তক দিনত স্ৰোতস্বিনী তামূলীৰ নাট্য প্ৰতিভা অধিক উজলি উঠক, দৈনিক অগ্ৰদূতৰ তৰফৰা শুভাশীষ জ্ঞাপন কৰিলোঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGolaghatsrotaswini tamuli
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d