Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

publisher by publisher
January 25, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তীৰ সাংস্কৃতিক শোভাযাত্ৰা
2
SHARES
20
VIEWS
ShareShareShareShare

চিৰাঙৰ কাজলগাঁও উদাংশ্ৰিনি আলাৰি প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰদৰ্শনি অনুষ্ঠান অনুষ্ঠিত । বিটিআৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু জিলা উপায়ুক্ত গৌতম তালুকদাৰে যৌথভাৱে পতকা জোকাৰি সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভণি কৰে । সহযোগ কৰে বিটিআৰৰ মনোনিত সদস্য মাধৱ ছেত্ৰী।

ADVERTISEMENT

WhatsApp Image 2021 01 25 at 6.43.33 PM 1

RelatedPosts

Sadau Nagaon Bhugali bihu:নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালিত সদৌ নগাঁও ভোগালী বিহুৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Boko : বকোত বহুৰঙী সাংস্কৃতিক শোভাযাত্ৰাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী 

বিটিএডিত উচ্ছেদ চলোৱাৰ আগত বিকল্প চিন্তা কৰিব লাগিব : ৰঞ্জিত বসুমতাৰী

শোভাযাত্ৰাৰ পূৰ্বে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে, বিটিআৰত থকা ২৩ টা জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিশ্বৰ অন্যান্য উন্নত জাতি-জনগোষ্ঠিতকৈ কম নহয়। গতিকে আমি যে সকলো এক আৰু সমান তাকেই আজি এই সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে বুজাব বিচৰা হৈছে।

WhatsApp Image 2021 01 25 at 6.43.33 PM

তেওঁ লগতে কয় যে, বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে। বিপিএফে জাতি-জনগোষ্ঠিৰ মাজত বিভাজনৰ সৃষ্টি কৰি বড়ো-অবড়োৰ বিভেদ সৃষ্টি কৰিছিল ।

WhatsApp Image 2021 01 25 at 6.43.34 PM

গতিকে প্ৰমোদ বড়োৰ নেতৃত্বত আমি বড়ো-অবড়োৰ বিভাজন আঁতৰাবলৈ সক্ষম হৈছো বুলি দাবী কৰি কয় যে, আমি সকলো জাতি-জনগোষ্ঠি সম-অধিকাৰ, সম-মৰ্য্যাদাৰে আগুৱাই যোৱাৰ চেষ্টা চলাইছো। এতিয়া কথা হৈছে বিগত সময়ত তিনি হেজাৰ কোটিতকৈ অধিক টকাৰ দুৰ্নীতি সংঘটিত হৈছে। কিছুদিনৰ ভিতৰতে সকলো পৰিষ্কাৰ হ’ব ।

WhatsApp Image 2021 01 25 at 6.43.35 PM

আমি এতিয়াও ঠন ধৰি উঠিব পৰা নাই । অহা ২৮ জানুৱাৰীত বাকি থকা কাৰ্য্যবাহী সদস্যৰ পদসমূহ পূৰণ কৰা হ’ব। তাৰ পাছত সকলো দুৰ্নীতি পুংখানুপুংখভাৱে ৰাজহুৱা কৰা হ’ব বুলিও কয় ৰঞ্জিত বসুমতাৰীয়ে।

WhatsApp Image 2021 01 25 at 6.43.32 PM 2

লগতে তেওঁ কয় যে, মই দায়িত্ব লাভ কৰা বন বিভাগতে ১৪২ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে য’ত দুৰ্নীতিৰ কোনো কথাই নাছিল । বড়ো আৰু অসমীয়া লোক দুৰ্নীতিপৰায়ণ নহয়। কিন্তু বিগত সময়ছোৱাত বিপিএফে দুৰ্নীতি কৰিবলৈ বাধ্য কৰিছে ।

বিভিন্ন জাতি-জনগোষ্ঠিৰ লগতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক শোভাযাত্ৰা কাজলগাঁৱৰ ৩১ নং চিৰাং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি জিলা উপায়ুক্ত কাৰ্য্যালয় হৈ পুনৰ ষ্টেডিয়ামত উপস্থিত হয় আৰু তাতেই বিভিন্ন সাংস্কৃতিক দলৰ নৃত্য-গীত তথা সাংস্কৃতিক কাৰ্য্যকলাপ প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীত বিটিচিৰ সাংস্কৃতিক বিভাগৰ মুৰব্বী বিষয়া যুগান্ত বায়নসহ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BTR accordchirang assamcultural rallyRanjit Basumatary
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d