- মহানগৰীৰ গণেশগুৰিৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এক প্ৰধান ব্যৱসায়িক অঞ্চল ।
- গুৱাহাটীৰ দক্ষিণাংশত অৱস্থিত গণেশ মন্দিৰটোৰ বাবেই এই ঠাইখন গণেশগুৰি নামে পৰিচিত হৈ পৰিল ।
- ইয়াত বিভিন্নজন ব্যৱসায়ীয়ে নিজৰ জীৱিকা উপাৰ্জন কৰি আহিছে ।
- এই অঞ্চলটোৰ লোকসকল মূলতঃ পূজা-অৰ্চনাৰ সামগ্ৰীৰ দোকানৰ ওপৰতে নিৰ্ভৰশীল ।
- বিগত ২০ বছৰৰো অধিক সময় ধৰি ইয়াত দোকান দি পৰিয়াল পোহপাল দি আহিছে ব্যৱসায়ীসকলে ।
- লগতে মহিলাসকলে এই দোকানসমূহৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ মুকলি কৰি লৈছে ।
ADVERTISEMENT