■বিগত ২৪ ঘণ্টাত ভাৰতত ১৮ হেজাৰ ৮৫৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
■ভাৰতত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি সাত লাখ ২০ হেজাৰ ৪৮ জন ।
■ক’ভিড আক্ৰান্ত হৈ এতিয়ালৈকে এক লাখ ৫৪ হেজাৰ ১০ জন লোকে প্ৰাণ হেৰুৱাইছে ।
■যোৱা ২৪ ঘণ্টাত ১৬৩ জন লোকে কৰ’না আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
■ইতিমধ্যে ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি তিনি লাখ ৯৪ হেজাৰ ৩৫২ জন ।
■বিগত ২৪ ঘণ্টাত ২০ হেজাৰ ৭৪৬ জন লোক সুস্থ হৈছে ।
■সম্প্ৰতি মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে এক লাখ ৭৭ হেজাৰ ২৬৬ জন ।
■যোৱা ২৪ ঘণ্টাত সাত লাখ ৪২ হেজাৰ ৩০৬ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
ADVERTISEMENT