গুৱাহাটীৰ খানাপাৰাত আজি চাহ শ্ৰমিকলৈ আগবঢ়াব আৰ্থিক সাহাৰ্য্য ।অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন লগতে উপস্থিত থাকে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্নজন ৰাজনৈতিক নেতা
সাত লাখ ৪৬ হেজাৰ ৬৬৭ জন হিতাধিকাৰীৰ বেংক একাউন্টত সোমাব এই পুঁজি।
তিনি হেজাৰ টকাকৈ চাহ শ্ৰমিকসকলৰ একাউণ্ট সোমাব ধন।
এই পুঁজি বিতৰণত ব্যয় হ’ব মুঠ ২৪০ কোটি ।
At the distribution of third phase of 'Chah Bagicha Dhan Puraskar Mela' in Guwahati https://t.co/1sbNz8dHSX
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) February 6, 2021
At Chah Bagicha Dhan Puraskar Mela, Khanapara, Guwahati https://t.co/cCvxA1L3Wf
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) February 6, 2021