Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle Food

কমলাৰ উপকাৰীতা

publisher by publisher
February 7, 2021
in Food, Health, Lifestyle
Reading Time: 1 min read
0
কমলাৰ উপকাৰীতা
36
SHARES
357
VIEWS
ShareShareShareShare

কমলা বিশেষ স্বাস্থ্য উপকাৰীতাৰ বাবে পৰিচিত । সমগ্ৰ বিশ্বতে ই এক জনপ্ৰিয় ফল । সম্প্ৰতি কমলাৰ ৰস স্বাস্থ্যকৰ পাতঃখাদ্যৰ এক অবিচ্ছেদ্য অংগ । কমলাৰ ৰস খাই আপুনি সুস্বাস্থ্যৰ সূচনা কৰিব পাৰে । কমলা দুটা প্ৰকাৰত পোৱা যায় মিঠা আৰু টেঙা ।

ADVERTISEMENT

চাওঁ আহক কমলাৰ উপকাৰীতা

RelatedPosts

প্রথমে কমলাৰ ৰং আহিছিল নে ফল!

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

■ ভিটামিন চি
কমলাত উচ্চ পৰিমাণে ভিটামিন চি উপলব্ধ । এটা কমলাই শৰীৰত প্ৰতিদিনৰ ১১৬.২ শতাংশ ভিটামিন চি সৰবৰাহ কৰে । ভিটামিন চিয়ে ক’ল’ন কৰ্কট ৰোগ হ্ৰাস কৰাত সহায় কৰে । কাৰণ ই আমাক ফ্ৰি ৰেডিকেল পোৱাত সহায় কৰে যিয়ে আমাৰ ডিএনএৰ ক্ষতি কৰে ।

■ স্বাস্থ্যৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ভিটামিন চি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সঠিক ক্ৰিয়াকলাপৰ বাবেও দৰকাৰী । চৰ্দি-কাঁহ ৰোধ কৰাৰ লগতে সঘনাই হোৱা কাণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে উপকাৰী ।

5 Amazing Benefits Of Oranges For Babies 2■ গাৰ ছাল ভালে ৰাখে
কমলাত থকা এণ্টি-অ’ক্সিডেণ্টবোৰে গাৰ ছালত পৰা বৰ্ধিত বয়সৰ চাপ নিৰাময় কৰে । প্ৰতিদিনে এটা কমলা সেৱনে আপোনাক ৫০ বছৰ বয়সতো যুৱা দেখাত সহায় কৰে ।

orange GettyImages 887532536

■ চকুৰ স্বাস্থ্য ভালে ৰাখে
কমলা হৈছে কেৰ’টেন’ইড সমৃদ্ধ । ইয়াত উপলব্ধ ভিটামিন এই চকুৰ শ্লেষ্মা আৱৰণ সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ভিটামিন এ বয়সৰ স’তে জড়িত মাস্কোলাৰ অৱক্ষয় ৰোধ কৰাৰ বাবে সহায়ক, যি চৰম অৱস্থাত অন্ধত্বৰ কাৰক হ’ব পাৰে । ই চক্ষুক পোহৰ শোষণত সহায় কৰে ।

■ কোষ্ঠকাঠিন্যৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান
কমলাত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় উভয় ফাইবাৰ উপলব্ধ । ই আমাৰ অন্ত্ৰ পেটৰ কাৰ্যকৰীতা মসৃণ ৰাখে । অশান্তিকৰ অন্ত্ৰ ছিণ্ড্ৰ’ম প্ৰতিৰোধত সহায়ক । অতিৰিক্ত ফাইবাৰে কোষ্ঠকাঠিন্য শীঘ্ৰে নিৰাময় কৰাত সহায় কৰে ।

is orange juice healthy 1578411142

■ কৰ্কট ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস
কমলা ডি-লেম’নিন সমৃদ্ধ । ডি-লেম’নিন এনে এক যৌগ যিয়ে হাওঁফাওঁত হোৱা কৰ্কট ৰোগ, ছালৰ কৰ্কট ৰোগ, স্তন কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । কমলাত থকা ভিটামিন চি আৰু এণ্টি-অ’ক্সিডেণ্টবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । এইবোৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত সহায় কৰে । এক সমীক্ষা অনুসৰি, ডিএনএৰ মিউটেন্টৰ ফলতে ১৫ শতাংশ কৰ্কট ৰোগ হয় ইয়াক ভিটামিন চিৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsHealthorange
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d