Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

স্বাস্থ্য ভালে ৰখাৰ কেইটামান উপায়

publisher by publisher
February 7, 2021
in Health, News
Reading Time: 1 min read
0
স্বাস্থ্য ভালে ৰখাৰ কেইটামান উপায়
136
SHARES
1.4k
VIEWS
ShareShareShareShare

★ পৰ্যাপ্ত নিদ্ৰা: টোপনিৰ অভাৱৰ ফলত বহুতো স্বাস্থ্য সমস্যা হ’ব পাৰে যেনে – দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, ওজন বৃদ্ধি আৰু কেতিয়াবা ই মস্তিষ্কৰ স্বাস্থ্য প্ৰভাৱিত কৰে। সেয়েহে সুস্বাস্থ্যৰ বাবে আপুনি প্ৰতিদিনে প্ৰায় সাতৰ পৰা আঠ ঘণ্টা পৰ্যাপ্ত শুব লাগে।

ADVERTISEMENT

1 yq1j10xo1n28yfaed za 1559732075★নিয়মীয়া শাৰীৰিক ব্যায়াম:নিয়মীয়া ব্যায়ামৰ অজস্ৰ স্বাস্থ্য লাভা লাভৰ বিষয়ে জনা স্বত্বেও, আমাৰ বহুতে অৱহেলা কৰি আহিছে । আপুনি যোগ, খোজ কঢ়া, জগিং, সাঁতোৰা বা ওজনৰ প্ৰশিক্ষণৰ দৰে কিছুমান শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। ব্যায়ামে আপোনাক দিনক দিনে উপযুক্ত আৰু স্বাস্থ্যৱান কৰিব পাৰে।

RelatedPosts

কিমান বয়সত প্রতিদিনে কিমান টোপনিৰ প্ৰয়োজন ?

HIBISCUS FLOWER BENEFITS: প্ৰতিদিনে পুৱা জবা ফুলৰ চাহ খাওক

BENEFITS OF SUNBATHING: ৰ’দ আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানেনে…

0 Teenage girl jogging in city park★ধ্যান :ধ্যান হৈছে এক স্বাস্থ্যকৰ অভ্যাস যাক আপুনি জীৱনশৈলীত লব পাৰে। ধ্যানে মানুহৰ শৰীৰ, মন আৰু আত্মাক আৰাম আৰু শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ই শৰীৰক শিথিল কৰি চাপৰ স্তৰ ব্যৱস্থিত কৰে।

shutterstock 492455716 860x574 1★ৰাতিপুৱা পানী খোৱা কৰক:সদায় ৰাতিপুৱা দুই গিলাচ পানী খালে আপোনাৰ স্বাস্থ্যৰ বাবে আচৰিত ধৰণে প্রভাৱিত কৰিব পাৰে। পানীয়ে হজমত সহায় কৰিব পাৰে, ই আপোনাক অতিৰিক্ত ওজন বৰ্জন কৰাত সহায় কৰিব আৰু আপোনাক গোটেই দিনটোৰ বাবে শক্তিমান আৰু সক্ৰিয় অনুভৱ কৰাত সহায় কৰিব। সেয়েহে, চাহ বা কফি খোৱাৰ আগতে প্ৰতি ৰাতিপুৱা দুই গিলাচ পানী খোৱাটো নিশ্চিত কৰিব।

young woman drinking clean water glass benefits of drinking water ss FEATURE★কেতিয়াও ৰাতিপুৱাৰ আহাৰ বাদ নিদিব: ৰাতিপুৱাৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ বুলি কোৱা হয় সেয়েহে আপুনি কেতিয়াও নোখোৱাকৈ থাকিব নালাগে। এক সঠিক আৰু স্বাস্থ্যকৰ আহাৰে আপোনাক পূৰ্ণ, সক্ৰিয় কৰি ৰাখিব আৰু লগতে আপোনাৰ ক্ষুধাৰ লালসা প্ৰতিৰোধ কৰিব। কিন্তু নিশ্চিত কৰিব যে আপুনি ৰাতিপুৱা ফলমূল, কল, কণী, ৰুটি বা প্ৰ’টিন জাতীয় খাদ্য আদিৰ দৰে স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ হিচাপে গ্রহণ কৰক।

healthy breakfast★পেকেজ কৰা খাদ্য নাখাব:পেকেজ কৰা খাদ্য সামগ্ৰীৰ খোৱাটো বন্ধ বা সীমিত কৰা গুৰুত্বপূৰ্ণ ৷ কিয়নো এই খাদ্যবোৰ ক্ষতিকাৰক লগতে শৰীৰক পুষ্টি প্ৰদান নকৰে । তদুপৰি, পেকেট কৰা খাদ্যৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

Anchor packaging★ফাইবাৰ সমৃদ্ধ খাদ্য খাওক :আঁহযুক্ত আহাৰে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। ফাইবাৰ সমৃদ্ধ খাদ্যে মসৃণ হজম, ওজন হ্ৰাস, কর্মশক্তি আৰু ডায়বেটিচ নিয়ন্ত্রণ কৰিব পাৰে। সেয়েহে আপুনি সদায়ে আপোনাৰ আহাৰত সদায়ে সতেজ ফল আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগিব।

BurritoBowl ChipotleBlackBeans 8cc3de6 scaled 1★চেনী বা মিঠাই খোৱা সীমাবদ্ধ কৰক : চেনী বা আন যিকোনো মিঠাই অত্যাধিক খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে আপুনি চেনী বা আন মিঠাই গ্ৰহণ কৰা পৰিহাৰ কৰিব লাগিব কিয়নো ই ওজন বৃদ্ধি কৰিব পাৰে আৰু ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। তাৰসলনি, আপুনি মৌ, গুৰ, নাৰিকল চেনী বা আসে আদিৰ দৰে কিছুমান স্বাস্থ্যকৰ খাদ্য বিকল্প হিচাপে গ্রহণ কৰিব পাৰে।

manish sweets corner lahar bhind 0w4yilpidf
★শোৱাৰ আগমুহুর্তত শৰীৰ নমনীয় কৰিব: শুবলৈ যোৱাৰ আগতে, আপুনি সামান্য শাৰীৰিক ব্যায়াম কৰা উচিত যি আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে সহায়ক হ’ব। এই ব্যায়ামবোৰে পেশীবোৰ টান কৰাত সহায় কৰিব আৰু সেইবোৰ শক্তিশালী কৰাত সহায় কৰিব। এনে কৰিলে গাঁঠিৰ বিষ নোহোৱা হ’ব।

200722162338 cheap workout lead

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: good healthhabits
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d