Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উপগ্ৰহ পদ্ধতিত গাৰো স্বায়ত্বশাসিত পৰিষদৰ দাবীত বকোত গাৰো জাতীয় পৰিষদসহ দুই ভাতৃ ভগ্নী সংগঠনৰ তীব্ৰ প্ৰতিবাদ

publisher by publisher
February 10, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
উপগ্ৰহ পদ্ধতিত গাৰো স্বায়ত্বশাসিত পৰিষদৰ দাবীত বকোত গাৰো জাতীয় পৰিষদসহ দুই ভাতৃ ভগ্নী সংগঠনৰ তীব্ৰ প্ৰতিবাদ
উপগ্ৰহ পদ্ধতিত গাৰো স্বায়ত্বশাসিত পৰিষদৰ দাবীত বকোত গাৰো জাতীয় পৰিষদসহ দুই ভাতৃ ভগ্নী সংগঠনৰ তীব্ৰ প্ৰতিবাদ
7
SHARES
70
VIEWS
ShareShareShareShare

গাৰো সংগঠনসমূৰ দীৰ্ঘদিনীয়া দাবীক নস্যাৎ কৰি যোৱা ২৮ জানুৱাৰীত অসম চৰকাৰে অসমৰ গাৰোসকলক লৈ গাৰো উন্নয়ন পৰিষদ ঘোষণা কৰে। ইয়াক লৈ ক্ষুব্ধ হৈ কামৰূপ আৰু গোৱালপাৰা জিলা অসম জনৰ গাৰো জাতীয় পৰিষদ, গাৰো মহিলা পৰিষদ আৰু গাৰো যুৱ পৰিষদ। আজি অসম চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাই কামৰূপ আৰু গোৱালপাৰা জিলাৰ কে’বাশতাধিক গাৰো লোকৰ উপস্থিতিত সংগঠন তিনিটাই ছয়গাঁও সমষ্টিৰ গাৰো অধ্যুষিত অঞ্চল শান্তিপুৰত এখন বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

ADVERTISEMENT

প্ৰতিবাদী সভাত বিসম্বাদী কৰি অহা অন্য গাৰো সংগঠনৰ তিনিজনকৈ গাৰো নেতাৰ পুত্তালিকা দাহ কৰে। অসমত উপগ্ৰহ পদ্ধতিত গাৰো সংগঠন কেইটাই বিগত দিন ধৰি গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে। কিন্তু সংগঠনকেইটাৰ আবেগ, অনুভূতিৰ প্ৰতি কাণসাৰ নাই অসম চৰকাৰৰ। সংগঠন কেইটাৰ অভিযোগ একাংশ বিসম্বাদী গাৰো সংগঠনৰ নেতাৰ বাবেই চৰকাৰখনে অসমত উপগ্ৰহ পদ্ধতিত গাৰোসকলক লৈ গাৰো স্বায়ত্বশাসিত পৰিষদ ঘোষণা কৰাৰ পৰিৱৰ্তে গাৰো উন্নয়ন পৰিষদ ঘোষণা কৰিলে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

Goalpara:মাকৈৰ মূল্য হ্ৰাস, গোৱালপাৰা-বৰপেটাৰ কৃষকৰ মাজত হাহাকাৰ

চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে গাৰো জনগোষ্ঠীক সন্তুষ্টি কৰিবলৈ ঘোষণা কৰিছিল এটা বিশেষ টোপ। এলেক্স কে. চাংমাক চেয়াৰমেন, থিঙ্গুল চাংমাক উপ-সভাপতি, ক্ৰছবেল মাৰাকক মেম্বাৰ  হিচাপে লৈ ২৫ জনীয়া এখন উন্নয়ন পৰিষদ গঠন কৰা হৈছিল। এনে ঘোষণাৰ পাছতে জাঙুৰ খাই উঠিছে গাৰো জাতীয় পৰিষদ চমুকৈ জিএনচি।

গাৰো স্বায়ত্বশাসিত পৰিষদৰ দাবীত গাৰো উন্নয়ন পৰিষদ সমৰ্থন কৰা এলেক্স কে চাংমা, থিঙ্গুল চাংমা আৰু ক্ৰ’ছবেল মাৰাকৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে। অসম জনৰ গাৰো জাতীয় পৰিষদৰ সভাপতি আৰবিটশ্বন জি. মমিনৰ পৌৰহিত্যত অনুস্থিত প্ৰতিবাদী সভাত সম্পাদক খনিন্দ্ৰ ইউ.মাৰাক, উপদেষ্টা সুনিত পি.মাৰাক, যুৱ পৰিষদৰ জেমচ্ চাংমা,মহিলা পৰিষদৰ লফেষ্টি চাংমা ।

মাতৃ সংগঠনৰ  সোমা মাৰাকে সংবাদ মাধ্যমক কয়, ‘২০১০ৰ ১৩মাৰ্চত গাৰোসকলৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গাৰো জাতীয় পৰিষদে প্ৰথমবাৰ  বকোৰ সমীপৰ লাংকোনাত ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ গাৰোসকলক লৈ উপগ্ৰহ পদ্ধতিত গাৰো স্বায়ত্বশাসিত পৰিষদ গঠন কৰি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গাৰো উন্নয়ন পৰিষদ গঠন কৰি দিয়াৰ অফাৰ দিছিল। কিন্তু আমি সেই অফাৰ মানি লোৱা নাছিলো। কাৰণ গাৰো উন্নয়ন পৰিষদখন অসাংবিধানিক আৰু ক্ষমতাহীন। এই পৰিষদখনেৰে গাৰো জাতিৰ উন্নয়ন হ’ব নোৱাৰে।’

বিষয়ববীয়াসকলৰ আন এক অভিযোগ যে, গাৰো উন্নয়ন পৰিষদৰ নিৰ্বাচিত চেয়াৰমেন এলেস্ক কে.চাংমা গাৰো জনগোষ্ঠীৰ লোক নহয়। মেঘালয় মেন্দিপথাৰৰ সালমাৰা নিবাসী এলেস্ক কে.চাংমাৰ আচল নাম হৈছে মহেন্দ্ৰ বৰুৱা।  মহেন্দ্ৰ বৰুৱাসহ উপ সভাপতি, মেম্বাৰসকলক লৈ অবৈধভাৱে ঘোষণা কৰা গাৰো উন্নয়ন পৰিষদখনক বিৰোধিতা আৰু তীব্ৰ গৰিহণা প্ৰদান কৰি চৰকাৰে ঘোষণা কৰা গাৰো উন্নয়ন পৰিষদ কেতিয়াও মানি নলয় বুলি হুংকাৰ প্ৰদান কৰে। অন্যথা অনাগত দিনত চৰকাৰখনে ইয়াৰ বাবে জগৰীয়া হ’ব বুলিও আক্ষেপ প্ৰকাশ কৰে।

স্বায়ত্বশাসনৰ জড়িয়তেহে গাৰো জনগোষ্ঠীৰ স্বকীয়তা, পৰম্পৰা ৰক্ষা কৰিব পৰা যাব বুলি গাৰো নেতৃত্বই মন্তব্য কৰি গাৰো জাতীয় পৰিষদৰ দাবীক গুৰুত্ব দিবলৈ আহ্বান জনাই চৰকাৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGaro Autonomous CouncilGOALPARAProtest
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d