Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

নলবাৰীত অগপৰ চমক

কংগ্ৰেছ-ইউডিএফে ভয়ংকৰ ইংগিত ৰচনা কৰিছেঃ অতুল বৰা

publisher by publisher
February 11, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
4
SHARES
41
VIEWS
ShareShareShareShare

শাসক গোষ্ঠীৰ অন্যতম অংশীদাৰ তথা আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদ (অগপ)ক কেন্দ্ৰ কৰি বিগত প্ৰায় বছৰদিন ধৰি বিতৰ্ক চলি আহিছে যদিও ইয়াৰ মাজতে দলটোৱে আজি নলবাৰীত চমক সৃষ্টি কৰা পৰিলক্ষিত হৈছে । আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি দলটোৱে আজি ইয়াৰ পুৰণি শ্বহীদ স্মৃতি ক্ষেত্ৰত এখন কর্মী সভা অনুষ্ঠিত কৰে । সভাত পাঁচ সহস্ৰাধিক কর্মী-সমৰ্থকৰ উপস্থিতিয়ে জিলাখনৰ পূৰ্বৰ জাতীয়তাবাদৰ ভেঁটিৰ অক্ষত সবল স্থিতিৰ প্ৰতীয়মান কৰিলে। এই কথা মুকলিভাৱে স্বীকাৰ কৰিলে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।

ADVERTISEMENT

অগপ সভাপতি অতুল বৰাই কয় যে, পূৰ্বৰ দৰে নলবাৰীৰ জাতীয়তাবাদৰ ভেঁটি আজিও অক্ষত আছে । আজিৰ সভাত হেজাৰ হেজাৰ লোকৰ অংশগ্ৰহণে পুনৰ এই কথা প্ৰমাণ কৰিলে । নলবাৰী অসম আন্দোলনৰ দুৰ্গ আছিল আৰু এই দুৰ্গত জাতীয়তাবাদৰ ভেঁটি আৰু অধিক শক্তিশালী কৰিবই লাগিব। এইক্ষেত্ৰত নলবাৰীৰ পৰা আমাৰ শিকিবলগীয়া আছে ।

RelatedPosts

AGP Election Manifesto Launched:আমবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

Ramendra Narayan Kalita:অগপৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ 

টিকট নাপাই ক্ষোভ!

আনহাতে, অগপ সভাপতিজনে আজিৰ এই সভাত কংগ্ৰেছ আৰু এআইইউডিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। দল দুটাৰ মিত্ৰতাই ভয়াবহ ইংগিত কঢ়িয়াই অনা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি বৰাই। তেওঁ নিজৰ ভাষণত কয়, ‘কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিতিৰালীয়ে ভয়াবহ ইংগিত ৰচনা কৰিছে । আজমলৰ আঁতৰত ঘূৰিছে কংগ্ৰেছ।’

WhatsApp Image 2021 02 11 at 6.04.03 PM 1

আনহাতে, উক্ত দল দুটাৰ পৰা অসমৰ ৰাইজক সাৱধান হ’বৰ বাবে আহ্বান জনায় কয়, ‘এই দুয়োটা দলৰ প্ৰতি ৰাইজ সাৱধান হ’বৰ হ’ল । কংগ্ৰেছৰ অপ-শাসনৰ বাবেই এদিন অসমৰ ৰাইজে আন্দোলন কৰিবলগা হৈছিল। বহু যুৱকে জীৱন হেৰুৱাব লগা হৈছিল। সেই ইতিহাস পাহৰি অন্যপথে গতি কৰিলে নহ’ব। আমাক ইতিহাসে ক্ষমা নকৰিব। আমি গুৰুজনাৰ আদৰ্শৰে অসমৰ সকলো জাতি-জনগোষ্ঠী । সি লাগিলে যি ধৰ্মৰে নহওক সকলোৰে বাবে কাম কৰি এখন সমৃদ্ধিশালী‌ অসম গঢ়িব লাগিব।’

ইয়াৰ মাজতে অগপক পুনৰ শক্তিশালী কৰাৰ আহ্বান জনাই সভাপতি বৰাই কয় যে, আঞ্চলিকতাবদৰ শিপাডাল ৰাইজে ধৰি ৰাখি অগপক শক্তিশালী কৰিব লাগিব।

WhatsApp Image 2021 02 11 at 6.04.04 PM

উল্লেখ্য যে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা পৰিষদৰ উদ্যোগত আৰু নলবাৰী বিধান পৰিষদৰ সহযোগত আজি নলবাৰীৰ শ্বহীদ স্মৃতি ক্ষেত্ৰ উদ্যানত উক্ত কর্মী সন্মিলন অনুুুষ্ঠি কৰা হয়। সভা আৰম্ভণিৰ পূৰ্বে অগপৰ যুৱ নেতা তথা ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী দিলীপ কুমাৰ দাসৰ নেতৃত্বত দলীয় কৰ্মীসকলে অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আদিক বড় মছজিদ চকৰ পৰা শ্বহীদ স্মৃতি ক্ষেত্ৰলৈ আদৰি আনে।

এই সভাত দলৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, খাদ্যমন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক সত্যব্ৰত কলিতা, দলৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, সম্পাদক ভূপেন ৰায়, উপ সভাপতি দিলীপ পাটগিৰি, অগপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দিলীপ কুমাৰ দাস, জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু, ভোজপুৰী কুইন খ্যাত শিল্পী কল্পনা পাটোৱাৰীকে ধৰি কে’বাজনো দলীয় নেতা উপস্থিত থাকে।

প্ৰাৰ্থীৰ ক্ষেত্ৰত দলীয় মজিয়াত আলোচনা হ’ব । সমষ্টি নিৰ্বাচন আৰু প্ৰাৰ্থীত্ব প্ৰদান সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি অগপ সভাপতি বৰাই সংবাদ মাধ্যমক সদৰী কৰে। তেঁও কয়, ‘যিবোৰ সমষ্টিত আমাৰ প্ৰভাৱ অধিক সেইবোৰ সমষ্টি আমি বিচাৰিম নিশ্চয়। অৱশ্যে সেই ক্ষেত্ৰত আমি যিহেতু বিজেপিৰ লগত মিত্ৰতাত আছো গতিকে সেই ক্ষেত্ৰত আমি উভয় পক্ষৰ মতামত নিৰ্ভৰ কৰিম।’

WhatsApp Image 2021 02 11 at 6.04.03 PM

লক্ষ্যণীয় যে নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টি আৰু নৱগঠিত বজালী জিলাৰ পাটাছাৰকুছি সমষ্টি আঞ্চলিকতাবাদী ৰাজনীতিৰ দুৰ্গ বুলি খ্যাত। পাটাছাৰকুছি এই পৰ্যন্ত আঞ্চলিকতাবাদী ৰাজনীতিৰ দখলত থকাৰ বিপৰীতে বিজেপিৰে মিত্ৰতাৰ বাবে নলবাৰী সমষ্টি অগপই হেৰুৱাব লগা হৈছে ।

আনহাতে, এই সমষ্টিটোত এইবাৰ অগপক প্ৰাৰ্থীত্ব দিয়াৰ দাবী প্ৰকাশ হৈ আছে। অৱশ্যে এইক্ষেত্ৰত বিজেপি-অগপ মিত্ৰজোঁতে কি ভূমিকা লয় সেয়া লক্ষণীয় হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AgpAtul Bora
publisher

publisher

Related Posts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d