Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

    Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হ্ৰাস পাব ৰন্ধন গেছৰ ৰাজসাহায্য

publisher by publisher
February 16, 2021
in India, News
Reading Time: 1 min read
0
হ্ৰাস পাব ৰন্ধন গেছৰ ৰাজসাহায্য
4
SHARES
44
VIEWS
ShareShareShareShare

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আঠশ টকা হ’লেও ৰাজসাহায্য বৃদ্ধিৰ সম্ভাৱনা কম । বছৰত লাভ কৰা ১২ টকা ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ প্ৰায় সম-মূল্যতে ক্ৰয় কৰিব লাগিব । চৰকাৰী সূত্ৰ অনুসৰি, ৰন্ধন গেছৰ ৰাজসাহায্য হ্ৰাস পোৱাৰ সম্ভাৱনা বেছি ।

ADVERTISEMENT

কেন্দ্ৰই দিয়া তথ্য অনুসৰি, যোৱা এক ফেব্ৰুৱাৰীৰ বাজেটত অৰ্থমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ’পণ্যত দিয়া ভৰ্তুকি তথ্য অনুসৰি ৰাজসাহায্য বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই, পৰিৱৰ্তে হ্ৰাস পোৱাৰহে সম্ভৱনা অধিক । ৰাজসাহায্যহীন আৰু ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য প্ৰায় একেই হ’ব । প্ৰায় ২৮ কোটি ৰন্ধন গেছৰ উপভোক্তাৰ ওপৰত চাপ বৃদ্ধি পাব ।

RelatedPosts

অসমত LPG চিলিণ্ডাৰৰ কোনো নাটনি নাই, বুকিঙক লৈ নতুন নিয়ম ঘোষণা

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

LPG যোগান নিশ্চিত কৰিবলৈ কেবিনেট বৈঠক, মোডীৰ নিৰ্দেশ

বাজেটত পেট্ৰ’পণ্যৰ ৰাজসাহায্য আৱন্তন হ্ৰাস কৰি তিনি ভাগৰ এভাগ কৰি দিয়া হৈছে । ২০২০-২১ত পেট্ৰ’পণ্যত ৰাজসাহায্য আৱন্তন আছিল প্ৰায় ৪১ হেজাৰ কোটি টকা । কিন্তু ইয়াক সংশোধন কৰি ৩৯ হেজাৰ কোটি টকালৈ হ্ৰাস কৰা হয় । আগন্তুক অৰ্থ বৰ্ষৰ বাবে ১৩ হেজাৰ কোটি টকা আৱন্তন কৰা হৈছে ।

অৰ্থ মন্ত্ৰণালয়ৰ এজন বিষয়াই কয়, ‘ইয়াৰ ভিতৰত কিছু পৰিমাণৰ ধন বিগত বৰ্ষৰ বকেয়া পূৰণ কৰাত ব্যৱহাৰ কৰা হ’ব । পেট্ৰ’ল-ডিজেলৰ মূল্য চৰকাৰী নিয়ন্ত্ৰণমুক্ত হোৱা বাবে সম্প্ৰতি কেৱল ৰন্ধন গেছ আৰু কেৰাচিনৰ ৰাজসাহায্য দিবলগীয়া হয় । বিগত বৰ্ষৰ পৰাই ৰন্ধন গেছ আৰু কেৰাচিনৰ মূল্য বৃদ্ধি কৰি ৰাজসাহায্য কমাই দিয়া হৈছে । আগন্তুক বৰ্ষতো ৰাজসাহায্য কমোৱা হ’ব ।’

পেট্ৰোলিয়াম মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, ২০১৫ত যেতিয়া ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰত্যক্ষভাৱে বেংক একাউণ্টত দিয়া হৈছিল, তেতিয়া প্ৰতি চিলিণ্ডাৰত ৫৬৩ টকাকৈ ৰাজসাহায্য দিয়া হৈছিল ।

ৰন্ধন গেছৰ মূল্য বৃদ্ধিক মোদী চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ইয়াক ‘জনতাৰ পৰা লুট’ বুলি আখ্যা দিছে ।

কংগ্ৰেছ‌ নেতা ৰণদ্বীপ সিং সুৰজেৱালাৰ প্ৰশ্ন, ‘এইটোৱে ভাল দিন ?’ তেওঁৰ যুক্তি, যোৱা ডিচেম্বৰতকৈ আঢ়ৈ মাহে ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১৭৫ টকা বৃদ্ধি পালে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LPGnrendra modirandeep singh surjewala
publisher

publisher

Related Posts

Bank Licence Cancelled:আৰবিআইয়ে বাতিল কৰিলে পেটিএম পেমেণ্টছ বেংকৰ অনুজ্ঞা পত্ৰ
India

April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত
News

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

April 25, 2026
Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে
News

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

April 25, 2026
এতিয়া ছিমৰনৰ দিন নাই: কাজল
News

এতিয়া ছিমৰনৰ দিন নাই: কাজল

April 25, 2026
গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত
News

গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

April 25, 2026
বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত
News

বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d