Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৯০ দিন অতিক্ৰম হোৱাৰ পাছতো আন্দোলনৰত কৃষকসকল

publisher by publisher
February 27, 2021
in India, News
Reading Time: 1 min read
0
৯০ দিন অতিক্ৰম হোৱাৰ পাছতো আন্দোলনৰত কৃষকসকল
2
SHARES
20
VIEWS
ShareShareShareShare

কেন্দ্ৰৰ তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দিল্লী সীমান্তত আৰু পঞ্জাৱ, দিল্লী, হাৰিয়ানা আদি ৰাজ্যত আন্দোলন হৈ থকা আজি ৯৩ দিন হ’ল । আন্দোলনৰ তিনি মাহ পূৰ্তিক ‘যুৱা কিষান দিৱস’ হিচাপে পালন কৰিলে সংযুক্ত কিষান মৰ্চাই । কৃষক সম্প্ৰদায়ৰ যুৱ শক্তিয়ে আজিৰ ধৰ্না প্ৰতিবাদৰ নেতৃত্ব দিয়ে ।

ADVERTISEMENT

আজি দক্ষিণৰ চাৰিখন ৰাজ্যৰ কৃষকসকলৰ এটা বিশাল দল দিল্লীৰ সীমান্তত, ছিংঘুত উপস্থিত হয় । তেওঁলোকৰ অনুসৰি, মোদী চৰকাৰৰ তিনি কৃষি আইন দেশৰ কৃষকসকলৰ মৃত্যুৰ তাণ্ডৱৰ দৰে ।

RelatedPosts

Priyanka’s victory in Wayanad could be hampered by the Congress-friendly CPI :ৱাইনাড়ত প্রিয়ংকাৰ জয়ত বাধা হ’ব পাৰে কংগ্ৰেছৰ বন্ধু চিপিআই

RahulGandhi:ছোনীয়া তনয় ৰাহুল গান্ধীয়ে কেৰেলাৰ ৱায়নাড সংসদীয় সমষ্টি ত্যাগ কৰিব

Priyanka Gandhi Vadra :ৰায়বেৰেলীৰ এখন নিৰ্বাচনী সভাত মোডীক কটাক্ষ প্ৰিয়ংকা গান্ধী ভাদ্ৰা

সেয়ে তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰত কৃষকসকলৰ মৃত্যুৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাইছে । আজি দিনৰ আৰম্ভণিতেই ছিংঘু সীমান্তত নৱজোৎ সিং নামে ১৮ বছৰীয়া এজন যুৱকৰ মৃত্যু হয় । বিভিন্ন ধৰ্না মঞ্চত আবেগিক বক্তৃতা প্ৰদান কৰে কৃষক নেতাসকলে । ইয়াৰ সাৰমৰ্ম ছহিদসকলৰ ৰক্ত ব্যৰ্থ হ’বলৈ দিয়া নহ’ব ।

কিষান কংগ্ৰেছৰ সদস্যসকলে আজি বিয়লি ১১.৩০ বজাত দিল্লীত থকা দলৰ কাৰ্যালয়ৰ পৰা কৃষিভৱনক উদ্দেশ্যি সমদল উলিয়ায় । কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰৰ কাৰ্যালয় ঘেৰাও কৰাৰ পৰিকল্পনা কৰা হৈছিল । তেওঁলোকে কাঁহি-বাটি বজায় শ্ল’গান দিয়ে, ‘আৰু কিমান মৃত্যু চাব বিচাৰে আপোনালোকে ?’ অৱশ্যে কৃষিভৱনৰ বহু দূৰতেই তেওঁলোকক বাধা আৰোপ কৰা হয় ।

কিছুদিন পূৰ্বে ৰাজস্থানত দুটা মহাপঞ্চায়ত বহিছিল ‌। মহাপঞ্চায়তত উপস্থিত আছিল মুখ্যমন্ত্ৰী অশোক গহলৌট । সেইদিনাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা বদৰা প্ৰধানমন্ত্ৰীৰ কেন্দ্ৰ বাৰাণসীত যায় ।

সংযুক্ত কিষান মৰ্চাই আজি এক সংবাদ মেলত কয়, ‘দক্ষিণ ভাৰতৰ পৰা এটা বিশাল প্ৰতিনিধিৰ দল আজি ছিংঘু সীমান্তত উপস্থিত হৈছে । বিগত দুদিন তেওঁলোক গাজিপুৰত আছিল । ছিংঘুত তেওঁলোকে শ্ল’গান দিয়ে, এই আন্দোলন সমগ্ৰ দেশৰ আন্দোলন ।’

এই প্ৰতিনিধি দলত আছে তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তেলেংগানাৰ কৃষকসকল । ন্যূনতম সমৰ্থিত মূল্য (এম এছ পি)ৰ বিষয়ে কৃষকসকলক নিশ্চয়তা দিয়াৰ ওপৰত বিশেষ জোৰ দিছে তেওঁলোকে । দক্ষিণৰ কৃষকসকলৰ বক্তব্য, ‘এই তিনি কৃষি আইন দেশৰ কৃষকসকলৰ বাবে মৃত্যু তাণ্ডৱৰ প্ৰতীক ।’

কৃষি আন্দোলনকাৰী নৱদ্বীপ কৌৰক জামিন দিছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চতম ন্যায়ালয়ে । কৃষক মৰ্চাই আজি ন্যায়ালয়ৰ সিদ্ধান্তক স্বাগত জনাই কয়, ‘নৱদ্বীপ কৃষক-মজদুৰ ঐক্য আৰু কৃষক আন্দোলনৰ শক্তি বৃদ্ধি কৰিবৰ বাবে যুঁজি আছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Farmers ProtestNarendra Singh TomarPriyanka Gandhi Vadra
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d