Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল

    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home science

মঙলৰ মাটিত ঘূৰি ফুৰিছে নাছাৰ ৰােভাৰে

publisher by publisher
March 7, 2021
in News, science, world
Reading Time: 1 min read
0
মঙলৰ মাটিত ঘূৰি ফুৰিছে নাছাৰ ৰােভাৰে
4
SHARES
38
VIEWS
ShareShareShareShare

মঙলৰ মাটিত প্রথম ‘টেষ্ট ড্রাইভ’তে সফল হ’ল নাছাৰ ৰােভাৰ পাৰছেভাৰেন্স। ৰঙাগ্রহৰ মাটিত বৃহস্পতিবাৰে ৩৩ মিনিট ধৰি ঘূৰা-পকা কৰে এই ৰব’ট যানখনে । এই কথা সদৰী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। মঙলগ্রহৰ অভিযানত এয়া এক অনন্য মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে নাছাই ।

ADVERTISEMENT

ৰব’ট যানখনৰ এই সাফল্যত স্বাভাৱিকভাৱে উল্লসিত হৈ পৰিছে ‘পাৰছেভাৰেন্স’ৰ মবিলিটী টেষ্ট বেড ইঞ্জিনীয়াৰ এনেইছ জাৰিফিয়ান। কেলিফর্ণিয়াৰ পাছাড’নাত থকা নাছাৰ জেট প্র’পালচন লেবৰেটৰীৰ পৰা সংবাদ মাধ্যমৰ আগত জাৰিফিয়ানে কয়, ‘এয়া আৰম্ভহে হৈছে । আমি আৰু দীঘলীয়া টেষ্ট ড্রাইভ কৰিম।

RelatedPosts

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

৫০ বছৰৰ পাছত মানৱৰ চন্দ্ৰ পৰিভ্ৰমণ; NASA-ৰ দীপ-স্পেচ অভিযানত নতুন যুগৰ সূচনা

প্ৰথমবাৰ দেখা গ’ল চন্দ্ৰৰ বিপৰীত পিঠি

‘পাৰছেভাৰেন্স’ৰ এই সফল যাত্ৰাৰ পাছত সেই ফটো প’ষ্ট কৰি নাছাৰ টুইটাৰ হেণ্ডলত জাৰিফিয়ানে লিখিছে, “আমাৰ টেষ্ট ড্রাইভ সাংঘাতিক হৈছে। দেখাই পাইছে, মঙলৰ মাটিত আমি চকাৰ দাগ ৰাখি অআহিছাে। চকাৰ দাগ বহুবাৰেই দেখিছাে। কিন্তু কেতিয়াও ইমান সুখী হােৱা নাছিলাে। নাছাৰ বিজ্ঞানীসকলে জনাইছে, ছয়চকীয়া ৰব’ট যানখনে বৃহস্পতিবাৰে ৰঙাগ্রহৰ ২১.৩ ফুট অঞ্চলত ঘূৰা-পকা কৰে।

কেনে আছিল সেই যাত্রাপথ ? নাছাই জনাইছে, প্রথমে ১৩.১২ ফুট আগুৱাই গৈ ১৫০ ডিগ্রী বাঁওফালে মুখ ঘূৰাই পাৰছেভাৰেন্সে। ইয়াৰ পাছত পিছুৱাই আহে ৮.২ ফুট।প্রথমবাৰত পৰীক্ষামূলকভাৱে ২১ ফুটৰ সামান্য বেছি অঞ্চলত ঘূৰা-পকা কৰিলেও ভৱিষ্যতে মঙলৰ মাটিত ৰব’ট যানখনে আৰু দীঘলীয়া পথ অতিক্রম কৰিব পাৰিব নে নােৱাৰে, সেই সম্ভাৱনাও চালি-জাৰি চাইছে নাছাই ।

সকলাে ঠিকে-ঠাকে ঠাকিলে পৰৱর্তী দুটা দিনতাে মঙলৰ মাটিত বিচৰণ কৰিব পাৰছেভাৰেন্সে। উল্লেখ্য যে পৃথিৱীতকৈ মঙলত এটা দিনৰ সময়সীমা সামান্য বেছি হয়। নাছাই জনাইছে যে মঙলৰ এটা দিনৰ সময় অনুসৰি ৰব’ট যানখনে দিনে প্রতি দুশ মিটাৰ ঘূৰা-পকা কৰিব পাৰে। যদিও এই ক্ষেত্ৰত দক্ষতাত পূর্বে প্ৰেৰণ কৰা নাছাৰ ৰােভাৰ ‘কিঅৰিছিটি’ৰ তুলনাত পিৰছেভাৰেন্স আগুৱাই আছে ।

“কিঅ’ৰিছিটি’ৰ তুলনাত পাৰছেভাৰেন্সে পাঁচগুণ দ্রুতিগতিত আগুৱাই যাব পাৰে বুলিও নাছাই জনাইছে । মঙলত ভৰি দিয়াৰ আঠ বছৰৰ পাছতাে এতিয়াও নিজৰ কাম কৰি আছে কিঅৰিছিটিয়ে। উল্লেখ্য যে মঙলত প্ৰাণৰ অস্তিত্ব আছিল নে নাই, তাৰ সন্ধান উলিওৱাৰ বাবেই যােৱা বছৰৰ ৩০ জুলাই ৰঙাগ্রহলৈ ৰাওনা হৈছিল নাছাৰ ৰব’ট যান পাৰছেভাৰেন্স।

যােৱা ১৮ ফেব্ৰুৱাৰীত যানখনে মঙলৰ মাটিত ভৰি দিয়ে। আগন্তুক দুবছৰৰাে অধিক কাল যানখন মঙলতে থাকিব। অৱশ্যে ভৱিষ্যতে ইয়াৰ সময়সীমা বাঢ়িব পাৰে বুলিও নাছাৰ বিজ্ঞানীয়ে জনাইছে । মঙলৰ ভূমিৰ পৰা ৩০টা শিল আৰু মাটিৰ নমুনা সংগ্রহ কৰি এটা বন্ধ টিউবৰ মাধ্যমেৰে পৃথিৱীলৈ প্রেৰণৰ কামত ব্যৱহাৰ কৰা হৈছে এই ৰব’ট যানক । আগন্তুক ২০৩০ পর্যন্ত সেই নমুনাবােৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰাই হ’ব পাৰছেভাৰেন্সৰ অন্যতম লক্ষ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NASARover
publisher

publisher

Related Posts

প্রসিদ্ধ বৈষ্ণো দেৱী মন্দিৰলৈ ভক্তই দান দিয়া ৰূপৰ ৯৫ শতাংশই নকল
India

April 25, 2026
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d