■ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমা নগাঁৱত বিজেপি দলৰ বুথ সভাপতি দেবানন্দ গগৈক হত্যা ।
■ তথ্য অনুসৰি সন্ধিয়া কোনো অজ্ঞাত দুৰ্বৃত্তই চুৰী মাৰি হত্যা কৰে বিজেপিৰ বুথ সভাপতিজনক।
■ ঘটনাক লৈ বৰডুচাত তীব্ৰ চাঞ্চল্য ।
■ ৰাজনৈতিক হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷
তিনিচুকীয়া জিলাত প্ৰাক নিৰ্বাচনী হিংসা
-
By publisher

Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026