● সম্প্ৰতি জীপ ৰেংগলাৰক ভাৰতত ছেমি-নকডাউন ইউনিট হিচাপে বিক্ৰী কৰা হ’ব ।
● ইয়াত পূৰ্বৰ নিচিনাকৈ ২.০ লিটাৰ পেট্ৰ’ল ইঞ্জিন উপলব্ধ ।
● ইতিমধ্যে কোম্পানীটোৱে প্ৰি বুকিং গ্ৰহণ কৰিছে ।
ADVERTISEMENT
● ৰেংগলাৰৰ আৰম্ভণি মূল্য হ’ব ৫৩.৯০ লাখ টকা ।
● নতুন ৰেংগলাৰটো ভাৰতীয় বজাৰত সম্প্ৰসাৰণ কৰিবলৈ পৰিকল্পনা কৰা ফিয়াট ক্ৰিছলাৰৰ এটা অংশ ।
● জীপ ৰেংগলাৰ দুটা ট্ৰিমত উপলব্ধ হ’ব – আনলিমিটেড আৰু ৰুবিক’ন ।
● ই পাঁচটা ৰঙত উপলব্ধ হ’ব ক’লা, ফায়াৰক্ৰেকাৰ ৰেড, গ্ৰেণাইট ক্ৰিষ্টেল, ষ্টিং গ্ৰে আৰু বগা ।