Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangladesh Border:কাশ্মীৰ সীমান্তত উত্তেজনা: বাংলাদেশ সীমান্ততো নিৰাপত্তা বৃদ্ধি ভাৰতৰ

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ গুলীচালনা

    জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ

    ৰাজস্থানত ভাৰতৰ হাতত বন্দী পাকিস্তান বায়ুসেনাৰ পাইলট

    Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

     Union Secretariat:কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সচিবৰে মিলিত প্ৰধানমন্ত্ৰী মোডী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সিন্ধুৰ জল বণ্টন সন্দৰ্ভত দুবছৰ পাছত আলোচনাত মিলিত হ’ব ভাৰত-পাকিস্তান

publisher by publisher
March 22, 2021
in India, News
Reading Time: 1 min read
0
সিন্ধুৰ জল বণ্টন সন্দৰ্ভত দুবছৰ পাছত আলোচনাত মিলিত হ’ব ভাৰত-পাকিস্তান
5
SHARES
52
VIEWS
ShareShareShareShare

সিন্ধুৰ জল বণ্টন সন্দৰ্ভত আলোচনাত মিলিত হ’ব ভাৰত আৰু পাকিস্তান । মংগলবাৰৰ পৰা দিল্লীত আৰম্ভ হ’ব বৈঠক । দুই বছৰ পাছত আলোচনাত মিলিত হ’ব দুই দেশ । সিন্ধুৰ জল বণ্টন বিষয়ত দুই দেশৰ অধিকাৰীসকলে নিজৰ মতামত জনাব এই বৈঠকত ।

ADVERTISEMENT

পাকিস্তানে জনায় যে, পাৰ্মানেণ্ট ইণ্ডাছ কমিচনৰ ১১৬ তম বৈঠকত যোগ দিবলৈ আৰু পানী সংক্ৰান্ত বিভিন্ন বিষয়ত আলোচনাৰ বাবে তেওঁলোকৰ প্ৰতিনিধি দল ভাৰতলৈ আহিব । লাডাখত বহু জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰিছে ভাৰতে । এই প্ৰকল্পসমূহক লৈ প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তানে । এই‌ বিষয়তো আলোচনা হ’ব বৈঠকত ।

RelatedPosts

No Content Available

পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ জাহিদ হাফিজ চৌধুৰীয়ে কয়, ‘চুক্তিত বহুতো বিষয় অন্তৰ্ভুক্ত হৈ আছে । পাকাল দোল আৰু ল’ৱাৰ কলনাই হাইড্ৰ’ইলেক্ট্ৰ’নিক প্লাণ্ট সন্দৰ্ভত আমি আমাৰ আপত্তি জনাইছো । এই বিষয়সমূহত এইবাৰ আলোচনা হ’ব ।’

এই বৈঠকত পাকিস্তানৰ হৈ প্ৰতিনিধিত্ব কৰিব পাকিস্তানৰ সিন্ধু জল বণ্টন প্ৰকল্পৰ আয়োগ মোহম্মদ মেহেৰ আলী শ্বাহে । ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব ভাৰতৰ সিন্ধু জল বণ্টন প্ৰকল্পৰ আয়োগ পি কে ছক্সেনাই । লগতে, ভাৰতৰ কেন্দ্ৰীয় জল আয়োগ, কেন্দ্ৰীয় বিদ্যুৎ পৰিষদ, ৰাষ্ট্ৰীয় জলবিদ্যুৎ আয়োগৰ অধিকাৰীসকলো এই বৈঠকত উপস্থিত থাকিব ।

সিন্ধু জল বণ্টন চুক্তিৰ নিয়ম অনুসৰি, প্ৰতি বছৰে ভাৰত অথবা পাকিস্তানত দুই দেশৰ প্ৰতিনিধিসকলে আলোচনাত মিলিত হ’ব লাগে । জম্মু-কাশ্মীৰৰ ওপৰত বিশেষ মৰ্য্যদা তুলি লোৱাৰ পাছত এয়ে প্ৰথম বৈঠকত মিলিত হ’ব দুই দেশ । দুই দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হ’ব এই বৈঠক ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Md Meher AliPermanent Indus CommissionPK Saxena
publisher

publisher

Related Posts

Indo-Bangladesh Border:কাশ্মীৰ সীমান্তত উত্তেজনা: বাংলাদেশ সীমান্ততো নিৰাপত্তা বৃদ্ধি ভাৰতৰ
India

May 9, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

May 9, 2025
জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ গুলীচালনা
India

জম্মুত আক্ৰমণৰ চেষ্টা বিফল ! পঞ্জাৱত পাক সেনাৰ

May 8, 2025
ৰাজস্থানত ভাৰতৰ হাতত বন্দী পাকিস্তান বায়ুসেনাৰ পাইলট
India

ৰাজস্থানত ভাৰতৰ হাতত বন্দী পাকিস্তান বায়ুসেনাৰ পাইলট

May 8, 2025
Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ
News

Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

May 8, 2025
 Union Secretariat:কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সচিবৰে মিলিত প্ৰধানমন্ত্ৰী মোডী
India

 Union Secretariat:কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সচিবৰে মিলিত প্ৰধানমন্ত্ৰী মোডী

May 8, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d