সন্ধিয়া পাঁচ বজালৈকে ৪৭ টা সমষ্টিত ৭২ শতাংশ ভোটদান সম্পন্ন হয় ।
আঢ়ৈ বজালৈ কোন সমষ্টিত কিমান শতাংশ ভোটদান
আমগুৰি-৫০.৬০ শতাংশ
বৰছলা- ৪৫.২০শতাংশ
বটদ্ৰৱা-৫৩.৬০ শতাংশ
বিহালী– ৪৭.২০ শতাংশ
বিহপুৰীয়া- ৪২.১১ শতাংশ
বিশ্বনাথ-৪৮.৭০ শতাংশ
বোকাখাত-৪৮.৩০ শতাংশ
চাবুৱা-৩২.০০ শতাংশ
দেৰগাঁও-৪৯.৩৩ শতাংশ
ঢকুৱাখনা-৪৫.৭০ শতাংশ
ঢেকিয়াজুলি-৫১.০০শতাংশ
ধেমাজী-৪৬.৫০ শতাংশ
ধিং-৫২.১০ শতাংশ
ডিব্ৰুগড়-৩২.০০ শতাংশ
ডিগবৈ-৪৫.০০ শতাংশ
ডুমডুমা-৪৪.০০ শতাংশ
দুলিয়াজান-৩৪.০০ শতাংশ
গহপুৰ-৪৫.৩৩ শতাংশ
গোলাঘাট-৪৫.৮১ শতাংশ
জোনাই-৪২.৭০ শতাংশ
যোৰহাট-৪৬.৮৬ শতাংশ
কলিয়াবৰ-৫৩.৩৪ শতাংশ
খুমটাই-৪৬.২৩ শতাংশ
লাহোৱাল-৩১.০০ শতাংশ
লখিমপুৰ-৪২.৭৭ শতাংশ
মাহমৰা-৫২.০১ শতাংশ
মাজুলী-৫১.৭০ শতাংশ
মাৰ্ঘেৰিটা-৪২.৩৯ শতাংশ
মৰিয়নি-৪৭.৬১ শতাংশ
মৰান-৩১.০০ শতাংশ
নাহৰকটীয়া-৩৩.০০ শতাংশ
নাওবৈচা-৪৩,৪৮ শতাংশ
নাজিৰা-৪১.০০ শতাংশ
ৰঙাপাৰা-৫৬.৭০ শতাংশ
ৰূপহীহাট-৪৪.৭০ শতাংশ
শদিয়া-৫১.৯৪ শতাংশ
চামগুৰি-৪৩.৬০ শতাংশ
সৰুপথাৰ-৪১.৭০ শতাংশ
শিৱসাগৰ-৫১.২৫ শতাংশ
সোণাৰি-৫১.৮৫ শতাংশ
চতিয়া-৪৮.৫০ শতাংশ
টিয়ক-৪৯.৪২ শতাংশ
তেজপুৰ-৫৫.৬০ শতাংশ
থাওৰা-৫২.৫০ শতাংশ
টিংখং-৩২.০০ শতাংশ
তিনিচুকীয়া-৩৬.০০ শতাংশ
তিতাবৰ-৪৫.৬৫ শতাংশ