কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ ৰূপসীগ্ৰামত ইউপিপিএলৰ যোগদান সভা

WhatsApp Image 2021 03 29 at 5.18.21 PM

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ । এই ক্ষেত্রত পিছ পৰি ৰোৱা নাই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল । ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ অধীনস্থ ৰূপসীগ্ৰামত এক যোগদান সভা অনুষ্ঠিত হয়।

উক্ত যোগদান সভাত প্ৰায় শতাধিক পুৰুষ মহিলাই ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।‌ অনুষ্ঠানত উপস্থিত থাকে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্রার্থী মনোৰঞ্জন ব্ৰহ্ম, ৬ নং কচুগাঁও সমষ্টিৰ পৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰীসহ ইউপিপিএল দলৰ বিভিন্ন নেতা কৰ্মীসকল।

Exit mobile version