■ কেন্দ্ৰীয় পথ, পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে ড্ৰাইভিং লাইচেন্স প্ৰদান, পুনৰ্নবীকৰণ আৰু আত্মসমৰ্পন সম্পৰ্কিত কিছুসংখ্যক বাহন নিয়ম সংশোধন কৰিছে ।
■ আবেদনৰ পৰা লাৰ্ণাৰ লাইচেন্স প্ৰদান পৰ্যন্ত সম্পূৰ্ণ প্ৰক্ৰিয়া অনলাইন হ’ব ।
■ ইলেকট্ৰনিক ফৰ্মখন মেডিকেল প্ৰমাণপত্ৰ, লাৰ্ণিং লাইচেন্স, ড্ৰাইভিং লাইচেন্সৰ নবীকৰণ আৰু ড্ৰাইভিং লাইচেন্স আত্মসমৰ্পনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ।
■ অস্থায়ী পঞ্জীয়নৰ সময়সীমা ছমাহলৈ বৃদ্ধি কৰা হৈছে ।
■ আৰটিঅ’ৰ সময়ত বাহনৰ ভৌতিক পৰিদৰ্শনৰ প্ৰয়োজন নাই ।
MoRT&H has amended the Central MV Rules 1989 & cover sections 4-28, 76 & 77 (part) of the MV (amendment) Act 2019. Electronic forms & documents can now be used for making Medical Certificate, Learners License, Surrender of Driver's Licence (DL), Renewal of DL etc.
— MORTHINDIA (@MORTHIndia) April 2, 2021