ক’ত ভোট পৰিল ছবি দেখা নাপালে, অস্বস্তিত এজন ভোটাৰ

৫২ নম্বৰ দিছপুৰ সমষ্টিত ২৫৫ নং দক্ষিণ গাঁও হাইস্কুল ভোটকেন্দ্ৰত এজন ভোটাৰে ক’ত ভোট পৰিল ছবি দেখা নোপোৱাৰ বাবে ভুগিছে অস্বস্তিত ।

Exit mobile version