Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়ানৰ জোৱান

গুলী ফুটাইও প্ৰাণ বচাব নোৱাৰিলে জোৱানজনে

publisher by publisher
April 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়ানৰ জোৱান
3
SHARES
34
VIEWS
ShareShareShareShare

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জত আজি পুৱা গঁড়ৰ আক্ৰমণত নিহত হয় ফৰেষ্ট বেটেলিয়ানৰ এজন জোৱান । লগতে বেচৰকাৰী সংস্থাৰ এজন সদস্য‌ও আহত হয় ৷

ADVERTISEMENT

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত কৰ্মৰত নিহত জোৱানজনৰ নাম অনিমেষ ডেকা ৷ অনিমেষ ডেকাৰ ঘৰ বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাত৷

RelatedPosts

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Interntional Tiger Day Celebrated In Manas:মানাহত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন : বন্যপ্ৰাণী সংৰক্ষণত স্থানীয় সমূদায়ৰ ভূমিকাত গুৰুত্ব

উল্লেখ্য যে, আজি পুৱা প্ৰায় ১০ বজাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত টেক্লাই বন সুৰক্ষা শিৱিৰৰ পৰা অমিত শ্বাহ নামৰ এগৰাকী সতীৰ্থৰ স’তে অনিমেষ ডেকাই ঘন বননিৰ মাজেৰে দেওধাৰা অঞ্চললৈ গৈ আছিল। এগৰাকী বেচৰকাৰী সংস্থাৰ সদস্যৰ স’তে তিনিজনীয়া দলটিৱে মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত নাতি দূৰৈত থকা মানাহৰ দুৰ্ধৰ্ষ হিচাপে পৰিচিত “ৰাজা” নামৰ গঁড়টোৱে চোঁচা লয় দুই জোৱানৰ ফালে ৷

গঁড়টোৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ অমিত শ্বাহ আৰু সমীপতে থকা কেশৱ বড়োৱে কে’বা জাই গুলী ফুটায় যদিও বাইক আৰোহী অনিমেষ ডেকাক গঁড়টোৱে আক্ৰমণ কৰি পেটত আঘাট কৰে। ফলত অনিমেষ ডেকাৰ ঘটনাস্থলীতে মৃত্যু হয়। গঁড়টোৰ এই আক্ৰমণত বেচৰকাৰী সংস্থাৰ সদস্য কেশৱ বড়োৱে ভৰিত আঘাত প্ৰাপ্ত হয়।

WhatsApp Image 2021 04 09 at 7.41.56 PM

উল্লেখযোগ্য যে, উক্ত গঁড়টোৰ আক্ৰমণত ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনত তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে কে’বাজনো লোক আহত হৈছিল ৷ আজিৰ এই গঁড়ৰ আক্ৰমণৰ ঘটনাৰ পাছতে শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী, বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া কামেশ্বৰ বড়ো, আৰক্ষীসহ বিভাগীয় বিষয়াসকল উপস্থিত হৈ অনিমেষৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷

ইপিনে অনিমেষ ডেকাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে আজি ভৱানীপুৰ ডেকাপাৰাত শোকৰ বন্যা বয়। ৩২ বছৰীয়া অনিমেষ ডেকাই তিনি মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। আজি বিয়লি অনিমেষ ডেকাৰ মৃতদেহ মুছলপুৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাঁপাৰা বনাঞ্চলিক কাৰ্যালয়লৈ নিয়া হয় । তাত জোৱানগৰাকীক বিষয়া কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভূঞাঁপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া কামেশ্বৰ বড়োৱে অনিমেষ ডেকাৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, ‘আমি এগৰাকী সুদক্ষ বন সুৰক্ষা কৰ্মী হেৰুৱালো । তেওঁৰ এই অভাৱনীয় মৃত্যুৱে ভূঞাঁপাৰা, বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰীসকলক শোকাহত কৰি তুলিছে ।’ ইয়াৰ পাছতে অনিমেষৰ নশ্বৰদেহ ভূঞাঁপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ পৰা নিজ গৃহ ভৱানীপুৰ ডেকাপাৰালৈ অনা হয়।

WhatsApp Image 2021 04 09 at 7.25.33 PM

বন সুৰক্ষা বাহিনীৰ জোৱানজনৰ মৃতদেহ সন্ধিয়া ঘৰ আহি পোৱাৰ লগে লগে পৰিয়াল, আত্মীয়স্বজন আৰু গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল উঠে। অনিমেষৰ পিতৃ সুবোধ ডেকা আৰু মাতৃ মীনা ডেকাই হিয়া ধাকুৰি কান্দি কান্দি কয়, ‘সি বৰ গুণবান ল’ৰা আছিল। কোনো দিনে কোনো কথাত দুখ নিদিয়া ল’ৰাটোৱে আমাক ইমান যে দুখ দিব সপোনতো ভবা নাছিলো ৷’

উল্লেখযোগ্য যে, অনিমেষ ডেকাই ২০০২ত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ২০০৪ত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰা উচ্চতৰ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল । অতি শান্ত আৰু কৰ্ম উদ্যমী অনিমেষ ডেকাই ২০১১ৰ ২২ ফেব্ৰুৱাৰীত দ্বিতীয় অসম বন সুৰক্ষা বাহিনীত যোগদান কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ নৱ বিবাহিতা পত্নীৰ লগতে পিতৃ মাতৃ, দুজন ককায়েক, নবৌয়েক আৰু আত্মীয়স্বজনক এই সংসাৰত এৰি থৈ যায়। আজি নিশা অনিমেষ ডেকাৰ ভালেসংখ্যক লোকৰ উপস্থিতিত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manas National Park
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d