Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাটি খান্দোতেই তেলেংগানাত ওলাল সােণ-ৰূপৰ অলংকাৰৰ ভাণ্ডাৰ

publisher by publisher
April 11, 2021
in India, News
Reading Time: 1 min read
0
মাটি খান্দোতেই তেলেংগানাত ওলাল সােণ-ৰূপৰ অলংকাৰৰ ভাণ্ডাৰ
12
SHARES
118
VIEWS
ShareShareShareShare

যেন এক সাধুকথাৰ কাহিনী! তেলেংগানাৰ এজন ভূমি ব্যৱসায়ীয়ে নিজৰে ভূমিত অলপতে খনন কার্য চলাইছিল। কিন্তু মাটি খান্দোতে ভূমিৰ তলৰ পৰা ওলাই আহিল অজস্ৰ সােণ-ৰূপৰ গহনা। ৰাজ্যখনৰ জানগাঁ জিলাৰ পেমভাৰতী গাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল। নৰসিংহ নামৰ জনৈক ভূমি ব্যৱসায়ীজন হায়দৰাবাদৰ বাসিন্দা।

ADVERTISEMENT

Gold 1

RelatedPosts

হায়দৰাবাদ-বিজয়ৱাড়া হাইৱেত ভয়ংকৰ দুৰ্ঘটনা

নদীৰ পাৰত ১০০টা কুকুৰৰ মৃতদেহ উদ্ধাৰ: তেলেঙ্গানাত নৃশংস হত্যাকাণ্ড

তেলেঙ্গানাত ভয়ংকৰ পথ দুৰ্ঘটনা!

পেমভাৰতীত তেওঁৰ প্রায় ১১ একৰৰ ভূমি আছে। এই ভূমিতে বাসগৃহ নির্মাণৰ বাবে নৰসিংহই যাে-জা চলাইছিল। কিন্তু বাসগৃহ নির্মাণৰ বাবে ভূমি খন্দাৰ সময়ত হঠাতে মাটিৰ তলত সন্ধান লাভ কৰিলে তামৰ পাত্ৰত ভৰাই ৰখা অলংকাৰৰ এক বিশাল ভাণ্ডাৰ। প্রকাশিত বাতৰি অনুসৰি মাটিৰ পৰা প্রায় দুই ফুট গভীৰৰ তামৰ পাত্ৰটো ৰখা আছিল। তামৰ এই পাত্ৰত আছিল ১৮৯.৮২০ গ্রামৰ সােণ আৰু ১.৭২৭ গ্রামৰ ৰূপৰ আ-অলংকাৰ।

tgrrfr6k gold pot telangana 625x300 09 April 21

এই তামৰ পাত্ৰত মুঠ ২২ডাল সােণৰ ভুল, ৫১ডাল সােণৰ মালা, ১১ডাল সােণৰ মংগলসূত্র, ২৬ডাল ৰূপৰ লাঠি আৰু পাঁচডাল ৰূপৰ হাৰ আছিল। মাটি খন্দাৰ সময়ত এইদৰে মূল্যবান সােণ-ৰূপৰ অলংকাৰ উদ্ধাৰ হােৱাত নৰসিংহই স্থানীয় প্রশাসনৰ স’তে যােগাযােগ কৰে। সম্প্রতি এই সামগ্ৰীসমূহ স্থানীয় জিলা কালেক্টৰৰ কাৰ্যালয়ত জমা আছে। জানগাঁৰ চৰকাৰী প্রিজাইডিং অফিচাৰ ৰাজেন্দ্র প্রসাদে সংবাদ মাধ্যমৰ আগত এই ঘটনাৰ সন্দৰ্ভত এইদৰে কয়, ‘ঘটনাৰ কথা জনাৰ পাছত আমি ঘটনাস্থলীলৈ গৈ গহনাখিনি উদ্ধাৰ কৰি কালেক্টৰৰ কার্যালয়লৈ প্ৰেৰণ কৰিছিলাে।

IMG 20210409 WA0011 1

পৰৱর্তী নির্দেশ নিদিয়ালৈকে উক্ত ভূমিত কোনাে খনন কার্য চলােৱাৰ পৰা বিৰত থাকিবলৈ ভূমিৰ গৰাকীক ইতিমধ্যে নির্দেশ দিয়া হৈছে। বিষয়াজনে লগতে প্ৰকাশ কৰা মতে, উদ্ধাৰ কৰা গহনাখিনি যথেষ্ট পুৰণি আৰু সম্ভৱতঃ প্রাচীন কাকতীয় ৰাজবংশৰ সমকালীন হ’ব পাৰে। উক্ত ভূমিত পুনৰ প্রত্নতাত্ত্বিক খনন চলােৱাৰ প্রয়ােজন হ’ব পাৰে বুলিও প্রসাদে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

নিজৰ ভূমিত এইদৰে মূল্যবান স্বর্ণ আৰু ৰূপৰ গহনাৰ ভাণ্ডাৰ উদ্ধাৰ হােৱাৰ পাছতাে সেয়া গােপনে নাৰাখি নৰসিংহই প্রশাসনক অর্পণ কৰা ঘটনাক সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে প্রশংসা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: TELANGANA
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d