Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

    ‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৯৯ বছৰ বয়সত যুৱৰাজ হৈয়ে মৃত্যু, কিয় ৰজা হ’ব নােৱাৰিলে ফিলিপে ?

publisher by publisher
April 12, 2021
in News
Reading Time: 1 min read
0
৯৯ বছৰ বয়সত যুৱৰাজ হৈয়ে মৃত্যু, কিয় ৰজা হ’ব নােৱাৰিলে ফিলিপে ?
4
SHARES
44
VIEWS
ShareShareShareShare

এখন দেশত এজন ৰজা আছিল। যিকোনাে ৰূপকথাৰ কাহিনী সাধাৰণতে এনেদৰে আৰম্ভ হয়। অতিমাৰীৰ এই সময়তে হঠাতে ৯৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে ব্রিটিছ ৰাজপুত্র যুৱৰাজ ফিলিপে। যুৱৰাজৰ মৃত্যুৱে এক প্রশ্নৰাে উদ্রেক কৰিলে।

ADVERTISEMENT

এই প্রশ্নটো হৈছে কিয় বাকিংহাম পেলেচৰ জীৱন্ত ৰূপকথাৰ জগতত যুৱৰাজ ফিলিপ অর্থাৎ ‘ডিউক অৱ এডিনব’ কোনাে দিনে ৰজা হ’ব নােৱাৰিলে? ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী ফিলিপে সমগ্র জীৱন যুৱৰাজ হৈয়ে অতিবাহিত কৰিলে। কি কাৰণত ফিলিপে ব্রিটিছ সম্রাট হােৱাৰ গৌৰৱ অর্জন কৰিবলৈ সক্ষম নহ’ল?

RelatedPosts

Queen Elizabeth : ৭০ বছৰীয়া ৰাজত্ব দ্বিতীয় এলিজাবেথৰ

আচলতে ফিলিপে কোনােদিনে ৰজা হােৱাৰ কথা নাছিল। দৰাচলতে এয়াই হৈছে ব্রিটিছ ৰাজপৰিয়ালৰ প্রচলিত এক নিয়ম। আমাৰ চিৰ পৰিচিত ৰূপকথাৰ কাহিনীৰ স’তে সেয়েহে ব্রিটিছ ৰাজপৰিয়ালৰ সাদৃশ্য তেনেদৰে দৃষ্টিগােচৰ নহয়। আমাৰ ৰূপকথাৰ কাহিনীৰ পৰিচিত নিয়ম অনুসৰি ৰাণীৰ স্বামী সদায় ৰজা হয় আৰু ৰজাৰ পত্নী সদায় ৰাণী হয়। কিন্তু ব্রিটিছ ৰাণী এলিজাবেথে স্বামী হােৱাৰ পাছতাে ফিলিপ কিয় ৰজাৰ সন্মান লাভৰ পৰা বঞ্চিত হৈছিল ?

ৰাণী এলিজাবেথৰ পিতৃ আছিল সম্রাট ষষ্ঠ জর্জ। জৰ্জৰ মৃত্যুৰ পাছত ৰাণীৰ উপাধি লাভ কৰিছিল কন্যা এলিজাবেথে। সেই সময়ত এলিজাবেথ বিবাহিত আছিল। সেই সূত্রে সেই সময়ত ফিলিপক কিয় সম্রাটৰ উপাধি বা সন্মান দিয়া নহ’ল? এই প্রশ্নৰ উত্তৰ লাভৰ পূর্বে আন এক কথা আলােচনা কৰিব লাগিব। ফিলিপৰ নামৰ স’তে প্রকৃতাৰ্থত যুৱৰাজ উপাধি ব্যৱহাৰ হােৱাৰাে নিয়ম নাছিল। বাকিংহাম পেলেচৰ এয়াই হৈছে নিয়ম।

ব্রিটিছ ৰাজপ্রাসাদৰ নিয়ম অনুসৰি ৰাজসিংহাসনৰ একমাত্ৰ দাবীদাৰ উত্তৰ পুৰুষেহে মচনদত বহিলে ‘সম্রাট’ বা ‘সম্রাজ্ঞী’ৰ সন্মান বা উপাধি লাভ কৰিব পাৰে। এই দলৰ ফিলিপ অন্তর্ভুক্ত হােৱা নাছিল। ১৯৫৭ৰ ২২ ফেব্ৰুৱাৰীলৈকে ফিলিপ আছিল কেৱল ‘ডিউক অৱ এডিনবৰা। এই সময়তে ব্রিটিছ ৰাজপ্রসাদৰ ফালৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত ঘােষণা কৰি কোৱা হৈছিল যে এতিয়াৰে পৰা ফিলিপৰ পদমর্যাদা ব্রিটিছ ৰাজপুত্র অর্থাৎ যুৱৰাজৰ সমতুল্য হ’ব।

সেই সূত্রে ফিলিপে ব্রিটেইনৰ ৰাজপৰিয়ালৰ সদস্য হিচাপে যুৱৰাজৰ মর্যাদা লাভ কৰিছিল। কিন্তু ফিলিপে ৰজা হােৱাৰ কোনাে সুযােগ লাভ কৰাটো বাস্তৱত ব্ৰিটিছ ৰাজপৰিয়ালৰ প্রচলিত নিয়ম অনুসৰি সম্ভৱ নাছিল। ৰজাৰ স’তে বিবাহপাশত আবদ্ধ হােৱা মহিলাই ৰাণীৰ সন্মান লাভ কৰে। কিন্তু ইয়াৰ বিপৰীতে ব্রিটেইনত ৰাণীৰ স’তে বিবাহপাশত আবদ্ধ হােৱা স্বামীৰ ৰজা উপাধি প্রদানৰ নিয়ম নাই। সিংহাসনত অধিষ্ঠিত এলিজাবেথ দ্বিতীয় স্বামী হােৱাৰ পাছতাে সেয়েহে কোনােদিনে ফিলিপে ব্রিটেইনৰ সম্রাটৰ স্বীকৃতি বা মর্যাদা লাভ নকৰিলে।

ব্রিটেইনৰ ৰাজপ্রাসাদৰ নিয়ম অনুসৰি সিংহাসনত অধিষ্ঠিত হােৱা পুৰুষেহে ৰজাৰ স্বীকৃতি লাভ কৰিব পাৰে। এই নিয়ম অনুসৰি ফিলিপ আৰু এলিজাবেথৰ জ্যেষ্ঠ পুত্র প্রিন্স অৱ ওৱেলছ’ চার্লছে যেতিয়া ব্রিটিছ ৰাজসিংহাসনত আৰােহণ কৰিব তেতিয়া তেওঁক ৰজাৰ স্বীকৃতি প্রদান কৰা হ’ব। একেদৰে এই উপাধি পৰৱর্তী দুই দাবীদাৰ হৈছে চাৰ্লছৰ জ্যেষ্ঠ পুত্র
যুৱৰাজ উইলিয়াম আৰু উইলিয়ামৰ পুত্র যুৱৰাজ জর্জ। উল্লেখ্য যে ব্রিটিছ ৰাজপৰিয়ালৰ পদমর্যাদা আৰু উপাধি ইতিমধ্যে উইলিয়ামৰ ভ্রাতৃ হেৰীয়ে ত্যাগ কৰিছে।

সেয়েহে হেৰীয়ে ব্রিটিছ ৰাজসিংহাসনৰ ভৱিষ্যতে দাবীদাৰ হ’ব নােৱাৰিব। চার্লছে ৯৯ বছৰ বয়সলৈকে ব্রিটেইনৰ যুৱৰাজ হৈয়ে জীৱন অতিবাহিত কৰিলে। সদ্য প্রয়াত এইজন ব্রিটিছ যুৱৰাজে ৰাণী এলিজাবেথৰ স’তে সুদীর্ঘ ৭৩ বছৰৰ দাম্পত্য জীৱন অতিবাহিত কৰিছিল। উল্লেখ্য যে ফিলিপ আৰু এলিজাবেথৰ কৈশােৰতে প্রেম হৈছিল আৰু ইয়াৰ পৰিণতিতে দুয়ােৱে এদিন দাম্পত্য জীৱন আৰম্ভ কৰিছিল। সেই সময়ত সমগ্র পৃথিৱীতে ব্রিটিছ সাম্রাজ্যবাদৰ পতাকা জিলিকি উঠিছিল। তেনে সময়তে ১৩ বছৰীয়া এলিজাবেথৰ স’তে ১৮ বছৰীয়া ফিলিপৰ পৰিচয় হৈছিল।

এলিজাবেথ আছিল ৰাজকুমাৰী আৰু ফিলিপাে আছিল এজন ৰাজপুত্র। হয়, এলিজাবেথ যিদৰে ৰজাৰ কন্যা আছিল, ফিলিপাে আছিল গ্ৰীচৰ ৰাজপুত্র। অৱশ্যে শেষ পর্যন্ত ফিলিপ নির্বাচিত হৈছিল। অকলশৰে সেই সময়ত ফিলিপে ইউৰােপত মুক্ত বিচৰণ কৰিছিল। সেই সময়তে কিশােৰী এলিজাবেথৰ স’তে ফিলিপৰ পৰিচয় আৰু চিঠিৰ গােপন আদান-প্রদান আৰম্ভ হৈছিল। একেলগে দুয়ােৱে বহুদিন টেনিছ খেলিছিল। তেতিয়াই আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ। ফলত দুয়ােৰে সাক্ষাৎ কমি আহিছিল।

যুদ্ধৰ মাজে মাজে অৱশ্যে । এলিজাবেথ-ফিলিপৰ সাক্ষাৎ হৈছিল। ব্রিটিছ নৌবাহিনীত যােগদান কৰি ফিলিপে তেতিয়া দেশৰ পাছত দেশ ভ্রমণ কৰিছিল । পাছত ফিলিপৰ স’তে এলিজাবেথৰ প্রেম।সম্পৰ্কৰ কথা ব্রিটিছ ৰাজপৰিয়ালৰ অৱগত হৈছিল। আৰম্ভণিতে এই সম্পর্ক ৰাজপৰিয়ালে সহজভাৱে গ্ৰহণ কৰা নাছিল ।

ইয়াৰ কাৰণ হৈছে শত্রু জার্মানীৰ অভিজাত মহলৰ স’তে ফিলিপৰ পৰিয়ালৰ ঘনিষ্ঠ সম্পর্ক আছিল। সেয়েহে ফিলিপৰ স’তে বৈবাহিক সম্পর্ক স্থাপনত ব্রিটিছ ৰাজপৰিয়ালে কিছু অনীহা প্রকাশ কৰিছিল। কিন্তু অৱশেষত ৰাজপৰিয়ালে ফিলিপৰে এলিজাবেথৰ দাম্পত্য জীৱন আৰম্ভ কৰাৰ বাবে অনুমতি দিবলৈ বাধ্য হৈছিল ।

১৯৪৭ত এলিজাবেথ-ফিলিপে আনুষ্ঠানিকভাৱে দাম্পত্য জীৱনৰ আৰম্ভণি ঘটাইছিল আৰু যােৱা শুকুৰবাৰে ৭৩ বছৰীয়া সফল বৈবাহিক জীৱনৰ অন্ত পৰিল। এলিজাবেথৰ দীর্ঘদিনীয়া সংগী ফিলিপে অৱশেষত ৯৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে। কোনাে ৰাজদম্পতীৰ ইমান দীঘলীয়া বৈবাহিক জীৱন অতিবাহিত কৰাৰ ইতিহাস নাই। এলিজাবেথৰ মতে তেওঁৰ পৰিয়ালৰ লগতে সমগ্র দেশ আচলতে ফিলিপৰ ওচৰত ঋণী। কিন্তু এই ঋণৰ বিনিময়ত জীৱনকালত ফিলিপে কোনাে দিনে কিবা দাবী কৰা নাছিল।

পৰস্পৰৰ প্রতি শ্রদ্ধা, ৰাজকীয় আড়ম্বৰপূৰ্ণ জীৱনৰ অন্তৰালত থকা পাৰস্পৰিক সম্মানে আচলতে ইমানদিনে ফিলিপ-এলিজাবেথক একত্রিত কৰি ৰাখিছিল। ব্রিটিছ সম্রাটৰ সন্মান লাভৰ পৰা বঞ্চিত হলেও ফিলিপ আছিল ব্রিটেইনবাসীৰ বাবে অন্যতম এজন শ্রদ্ধা আৰু সন্মানীয় ব্যক্তি।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Elizabeth IIPhilip
publisher

publisher

Related Posts

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন
News

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

May 12, 2025
‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!
India

‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d