প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত ভূমিধৰ বৰ্মনৰ অন্তিম যাত্ৰাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী

ex assam cm bhumidhar barman dies at 91 2021 04 18

অসমৰ ৰাজনীতিৰ মহীৰূহ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত মাননীয় ভূমিধৰ বৰ্মন দেৱৰ অন্তিম যাত্ৰাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী:

১৯/০৪/২০২১ ইং (সোমাবাৰ)

১/ৰাতিপুৱা ১০:০০ বজাত
অসম বিধানসভা চৌহদত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

২/ৰাতিপুৱা ১০:৩০ বজাত
জনতা ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

৩/ৰাতিপুৱা ১১:০০ বজাত
গুৱাহাটী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

৪/দুপৰীয়া ০১:০০ বজাত
নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সম্মুখত থকা বাসগৃহত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

৫/দুপৰীয়া ০১:৩০ বজাত
নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

৬/দুপৰীয়া ০২:০০ বজাত
নলবাৰী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

৭/আবেলি ০৩:০০ বজাত
মৰোৱা, আৰিকুছি ,বেজকুছি, লোহাৰকাঠা হৈ মুকালমুৱা ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

৮/আবেলি ০৪:০০ বজাত
মুকালমুৱা কাপলাবড়িত তেওঁৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

৯/আবেলি ০৫:০০ বজাত
বেলশৰত তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অৰ্পণ।।

২০/০৪/২০২১ ইং (মঙ্গলবাৰ)
দিনৰ ১১:৩০ বজাত নলবাৰী জিলাৰ বেলশৰ শিঙিমাৰী, ভকতৰাম পুখুৰীৰ পাৰত (শোলমাৰী, ভৈৰাত) ৰাজ্যিক মৰ্য্যদাৰে তেওঁৰ অন্তেষ্টিক্ৰিয়া সমাপন কৰা হ’ব।

Exit mobile version