প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাতিল কৰিলে পশ্চিমবংগ ভ্ৰমণৰ কাৰ্যসূচী।বৃহস্পতিবাৰে ক’ভিডক লৈ উচ্চ পৰ্যায়ৰ বৈঠক কৰিব মোদীয়ে।
ADVERTISEMENT
টুইটাৰত তেওঁ কয়,”কাইলৈ উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় ক’ভিড-১৯ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিম।সেয়ে মই পশ্চিমবংগলৈ নাযাওঁ।” প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ বাতিল কৰিলে।
আজিও অমৃত শ্বাহকে ধৰি বিজেপি নেতাসকলে বংগত ৰাজহুৱা সভা আৰু ৰোড শ্ব’ কৰি আছে । একে পথৰ পাঠিক মমতা বেনাৰ্জী।